দেশ

পাৰিবাৰিক বিবাদৰ ভয়ংকৰ পৰিণতি! পত্নীসহ পৰিয়ালৰ ৭ সদস্যক হত্যা কেবচালকৰ

NewzNow · ৬ নৱেম্বৰ ২০২৬

১ / ৫

বেংগালুৰুত পাৰিবাৰিক বিবাদক কেন্দ্ৰ কৰি পত্নীসহ পৰিয়ালৰ সাতজন সদস্যক হত্যা কৰাৰ অভিযোগত এজন ৪৫ বছৰীয়া কেবচালক গ্ৰেপ্তাৰ হৈছে।

২ / ৫

বেংগালুৰু, ৬ নৱেম্বৰঃ কৰ্ণাটকৰ ৰাজধানী বেংগালুৰুত সংঘটিত হৈছে এক ভয়ংকৰ হত্যাকাণ্ড।

৩ / ৫

অভিযুক্ত কেবচালকজনক শেকৰ ওৰফে ইণ্ডুশেকৰ বুলি চিনাক্ত কৰা হৈছে।

৪ / ৫

হত্যাৰ বলি হোৱা লোকসকলৰ ভিতৰত আছে অভিযুক্তৰ পত্নী সুনীতা, শাহুৱেক ৰূপাৱতী, পত্নীৰ দুই ভাতৃ শিৱকুমাৰ আৰু শংকৰ, ৰূপাৱতীৰ দুই বোৱাৰী দিব্যা আৰু নলিনী, লগতে শিৱকুমাৰৰ সাত বছৰীয়া পুত্ৰ পুনীত।

৫ / ৫

প্ৰাথমিক তদন্ত অনুসৰি, প্ৰায় ২০ বছৰ পূৰ্বে শেকৰ আৰু সুনীতাৰ বিবাহ হৈছিল।

পাৰিবাৰিক বিবাদৰ ভয়ংকৰ পৰিণতি! পত্নীসহ পৰিয়ালৰ ৭ সদস্যক হত্যা কেবচালকৰ

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক