অসম

বিলাস ইন হত্যাকাণ্ডত আহত সত্যেন্দ্ৰ পাঠকৰ স্বাস্থ্যৰ উন্নতি, ৪-৫ দিনৰ ভিতৰত চিকিৎসালয়ৰ পৰা ছুটীৰ সম্ভাৱনা

NewzNow · ২৯ অক্টোবৰ ২০২৬

🎧 শুনি শুনি চাওক
১ / ৫

হোটেল বিলাস ইনত সংঘটিত গুলীচালনাৰ ঘটনাত আহত সত্যেন্দ্ৰ পাঠকৰ স্বাস্থ্যৰ উন্নতি হৈছে।

২ / ৫

গুৱাহাটী, ২৯ অক্টোবৰঃ গুৱাহাটীৰ বৰা চাৰ্ভিচস্থিত হোটেল বিলাস ইনত সংঘটিত গুলীচালনাৰ ঘটনাত আহত সত্যেন্দ্ৰ পাঠকৰ স্বাস্থ্যৰ ক্ৰমে উন্নতি হৈছে।

৩ / ৫

অৱশ্যে, স্বাস্থ্যৰ উন্নতি হ’লেও সত্যেন্দ্ৰ পাঠক বৰ্তমানেও আই চি ইউত চিকিৎসাধীন হৈ আছে।

৪ / ৫

বৰ্তমান পাঠকক পৰিয়ালৰ সদস্যৰ বাহিৰে আন কোনো লোকক সাক্ষাৎ কৰিবলৈ দিয়া হোৱা নাই বুলি হাস্পতালৰ অধীক্ষকে জানিবলৈ দিয়ে।

৫ / ৫

উল্লেখযোগ্য যে ২৬ অক্টোবৰৰ নিশা বৰা চাৰ্ভিচৰ হোটেল বিলাস ইনত সংঘটিত গুলীচালনাত পাঁচজন লোকৰ মৃত্যু হৈছিল আৰু সত্যেন্দ্ৰ পাঠক আহত হৈছিল।

বিলাস ইন হত্যাকাণ্ডত আহত সত্যেন্দ্ৰ পাঠকৰ স্বাস্থ্যৰ উন্নতি, ৪-৫ দিনৰ ভিতৰত চিকিৎসালয়ৰ পৰা ছুটীৰ সম্ভাৱনা

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক