অসম

'জুবিনৰো ভুল আছিল'- জুবিনৰ মৃত্যুৰ গোচৰত সাক্ষীৰ মন্তব্যক লৈ মুখ্যমন্ত্ৰীৰ বিস্ফোৰক দাবী

NewzNow · ৬ নৱেম্বৰ ২০২৬

১ / ৫

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ এগৰাকী সাক্ষীক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন কৰিছে।

২ / ৫

গুৱাহাটী, ৬ নৱেম্বৰঃ জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ এগৰাকী সাক্ষীক লৈ বিস্ফোৰক মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

৩ / ৫

মুখ্যমন্ত্ৰীয়ে কয় যে তেওঁ এগৰাকী সাক্ষীৰ কথা ক’ব বিচাৰে, যিগৰাকীয়ে সমগ্ৰ আন্দোলনটোৰ নেতৃত্ব দিছিল।

৪ / ৫

হিমন্ত বিশ্ব শৰ্মাই লগতে দাবী কৰে যে সাংস্কৃতিক জগতৰ সেই ব্যক্তিগৰাকীয়ে আন্দোলনটোৰ এগৰাকী গুৰুত্বপূৰ্ণ নেতা হিচাপে ভূমিকা পালন কৰিছিল।

৫ / ৫

মুখ্যমন্ত্ৰীয়ে কয়, “টিভিত সাক্ষীয়ে এটা কথা কয়, কিন্তু আদালতত বেলেগ কথা কৈছে।” তেওঁ এই বক্তব্য আদালতৰ নথিৰ আধাৰত দিয়া বুলি দাবী কৰে।

'জুবিনৰো ভুল আছিল'- জুবিনৰ মৃত্যুৰ গোচৰত সাক্ষীৰ মন্তব্যক লৈ মুখ্যমন্ত্ৰীৰ বিস্ফোৰক দাবী

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক