অসম

জুবিন গাৰ্গে ন্যায় নোপোৱালৈকে শান্ত নহয় আছু, দোষীক কঠোৰ শাস্তিৰ দাবী সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ

NewzNow · ২৯ অক্টোবৰ ২০২৬

🎧 শুনি শুনি চাওক
১ / ৫

জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাত ন্যায়ৰ দাবীত আছুৰ আন্দোলন অব্যাহত থাকিব বুলি মন্তব্য কৰিছে সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই।

২ / ৫

গুৱাহাটীঃ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাত ন্যায়ৰ দাবীত আন্দোলন অব্যাহত ৰখাৰ কথা স্পষ্ট কৰি দিছে সদৌ অসম ছাত্ৰ সন্থাৰ (আছু) নেতা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই।

৩ / ৫

জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত অসমৰ প্ৰতিখন জিলাৰ সদৰত ৰাইজে ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰা বুলি উল্লেখ কৰে সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই।

৪ / ৫

গোচৰটোৰ ন্যায়িক প্ৰক্ৰিয়াৰ ওপৰত আস্থা প্ৰকাশ কৰি আছুৰ নেতাগৰাকীয়ে কয় যে আদালতে ন্যায় প্ৰদান কৰিব বুলি তেওঁলোক আশাবাদী।

৫ / ৫

জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাক লৈ অসম বিধানসভাত মুখ্যমন্ত্ৰীয়ে হত্যাকাণ্ড বুলি উল্লেখ কৰা বিষয়টোও বক্তব্যত উত্থাপন কৰে সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই।

জুবিন গাৰ্গে ন্যায় নোপোৱালৈকে শান্ত নহয় আছু, দোষীক কঠোৰ শাস্তিৰ দাবী সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক