দেশ

অমিতাভ বচ্চনৰ বাংলো, বোম্বে উচ্চ ন্যায়ালয় আৰু দিলজিৎ দোছাঞ্জৰ অনুষ্ঠানস্থলী বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি

NewzNow · ৬ নৱেম্বৰ ২০২৬

১ / ৫

অমিতাভ বচ্চনৰ বাসগৃহ ‘জলছা’, বোম্বে উচ্চ ন্যায়ালয় আৰু দিলজিৎ দোছাঞ্জৰ সংগীতানুষ্ঠান হ’বলগীয়া মহালক্ষ্মী ৰেচক’ৰ্চত বোমা বিস্ফোৰণৰ ভাবুকি দি ই-মেইল প্ৰেৰণ…

২ / ৫

মুম্বাই, ৬ নৱেম্বৰঃ বলীউডৰ অভিনেতা অমিতাভ বচ্চনৰ বাসগৃহ, বোম্বে উচ্চ ন্যায়ালয় আৰু মুম্বাইৰ মহালক্ষ্মী ৰেচক’ৰ্চত বোমা বিস্ফোৰণ ঘটোৱাৰ ভাবুকি প্ৰদান কৰি প্ৰেৰণ কৰা এটা ই-মেইলক লৈ শুকুৰবাৰে…

৩ / ৫

হিন্দুস্তান টাইমছৰ প্ৰতিবেদন অনুসৰি, ই-মেইলটোত অমিতাভ বচ্চনৰ বাসগৃহ ‘জলছা’, বোম্বে উচ্চ ন্যায়ালয় আৰু মহালক্ষ্মী ৰেচক’ৰ্চ উৰুৱাই দিয়াৰ ভাবুকি দিয়া হৈছিল।

৪ / ৫

উল্লেখ্য যে মহালক্ষ্মী ৰেচক’ৰ্চত এই মাহৰ শেষৰ ফালে জনপ্ৰিয় কণ্ঠশিল্পী দিলজিৎ দোছাঞ্জৰ এটা সংগীতানুষ্ঠান অনুষ্ঠিত হোৱাৰ কথা।

৫ / ৫

ভাবুকিপূৰ্ণ ই-মেইল লাভ কৰাৰ পিছত সংশ্লিষ্ট স্থানসমূহৰ নিৰাপত্তা ব্যৱস্থা পৰীক্ষা কৰা হয়।

অমিতাভ বচ্চনৰ বাংলো, বোম্বে উচ্চ ন্যায়ালয় আৰু দিলজিৎ দোছাঞ্জৰ অনুষ্ঠানস্থলী বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক