ৰাজনীতি

চৰকাৰী আঁচনিৰ সুবিধা লাভৰ ক্ষেত্ৰত আধাৰৰ সলনি ভোটাৰ পৰিচয়-পত্ৰ ব্যৱহাৰৰ প্ৰস্তাৱ বিজেপিৰ বৃহত্তৰ ষড়যন্ত্ৰ: ৰাহুল গান্ধী

NewzNow · ৬ নৱেম্বৰ ২০২৬

১ / ৫

আধাৰৰ সলনি ভোটাৰ পৰিচয়-পত্ৰৰ জৰিয়তে চৰকাৰী আঁচনিৰ হিতাধিকাৰী চিনাক্ত কৰাৰ প্ৰস্তাৱক লৈ কেন্দ্ৰীয় চৰকাৰক সমালোচনা কৰিছে ৰাহুল গান্ধীয়ে।

২ / ৫

নতুন দিল্লী, ৬ নৱেম্বৰঃ চৰকাৰী কল্যাণমূলক আঁচনিৰ হিতাধিকাৰী চিনাক্তকৰণৰ ক্ষেত্ৰত আধাৰৰ পৰিৱৰ্তে ভোটাৰ পৰিচয়-পত্ৰ ব্যৱহাৰৰ প্ৰস্তাৱক লৈ কেন্দ্ৰীয় চৰকাৰক তীব্ৰ সমালোচনা কৰিছে কংগ্ৰেছ নেতা…

৩ / ৫

শুকুৰবাৰে সামাজিক মাধ্যমৰ এটা পোষ্টত ৰাহুল গান্ধীয়ে দাবী কৰে যে বিশেষ সংশোধন (SIR)ৰ নামত ভোটাৰ তালিকাৰ পৰা লাখ লাখ লোকৰ নাম কৰ্তন কৰা হৈছে।

৪ / ৫

ৰাহুল গান্ধীয়ে নিৰ্বাচন আয়োগৰ নিৰপেক্ষতাক লৈও প্ৰশ্ন উত্থাপন কৰে।

৫ / ৫

তেওঁৰ মতে, ভোটাৰ পৰিচয়-পত্ৰক চৰকাৰী আঁচনিৰ সুবিধা লাভৰ চৰ্ত হিচাপে ব্যৱহাৰ কৰিলে ভৱিষ্যতে ৰেচন, পেঞ্চন, মনৰেগাৰ মজুৰি, গৃহ নিৰ্মাণ সাহায্য, বৃত্তি আৰু সংৰক্ষণৰ সুবিধা লাভতো প্ৰভাৱ পৰিব…

চৰকাৰী আঁচনিৰ সুবিধা লাভৰ ক্ষেত্ৰত আধাৰৰ সলনি ভোটাৰ পৰিচয়-পত্ৰ ব্যৱহাৰৰ প্ৰস্তাৱ বিজেপিৰ বৃহত্তৰ ষড়যন্ত্ৰ: ৰাহুল গান্ধ...

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক