অসম

কোকৰাঝাৰত ইষ্ট জ’ন আছমিতা হকী লীগৰ সফল সামৰণি, ছাব-জুনিয়ৰত ওড়িশা আৰু জুনিয়ৰত Odisha Naval Tata চেম্পিয়ন

NewzNow · ২৯ অক্টোবৰ ২০২৬

🎧 শুনি শুনি চাওক
১ / ৫

কোকৰাঝাৰৰ ছাই এছটিচি খেলপথাৰত অনুষ্ঠিত ইষ্ট জ’ন আছমিতা হকী লীগৰ সামৰণি পৰে।

২ / ৫

কোকৰাঝাৰ, ২৯ অক্টোবৰঃ কোকৰাঝাৰৰ ছাই এছটিচি খেলপথাৰত পাঁচদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত ইষ্ট জ’ন আছমিতা হকী লীগৰ আজি সফল সামৰণি পৰে।

৩ / ৫

প্ৰতিযোগিতাৰ সামৰণি অনুষ্ঠানত বিটিচিৰ প্ৰধান হাগ্ৰামা মহিলাৰী, বিধায়ক ৰূপম চন্দ্ৰ ৰায়, বিটিচিৰ কাৰ্যবাহী সদস্য দেৰহাছাৎ বসুমতাৰী আৰু কৰ্মেশ্বৰ ৰায়ৰ লগতে এমচিএলএ যুবিৰাজ বসুমতাৰী উপস্থিত…

৪ / ৫

অসম হকী আৰু কোকৰাঝাৰ হকী এছ’চিয়েচনৰ উদ্যোগত অনুষ্ঠিত এই প্ৰতিযোগিতাই অঞ্চলটোত হকী খেলৰ প্ৰসাৰ ঘটোৱাৰ লগতে প্ৰতিভাৱান খেলুৱৈসকলক আগবাঢ়ি যোৱাৰ সুযোগ প্ৰদান কৰিব বুলি আশা প্ৰকাশ কৰা হয়।

৫ / ৫

প্ৰতিযোগিতাৰ ছাব-জুনিয়ৰ শাখাৰ চূড়ান্ত খেলত ওড়িশাই চেম্পিয়নৰ খিতাপ অৰ্জন কৰে।

কোকৰাঝাৰত ইষ্ট জ’ন আছমিতা হকী লীগৰ সফল সামৰণি, ছাব-জুনিয়ৰত ওড়িশা আৰু জুনিয়ৰত Odisha Naval Tata চেম্পিয়ন

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক