অসম

ৱাৰ্ড বিলুপ্তিৰ প্ৰস্তাৱক লৈ উত্তাল প্ৰতিবাদ! পাৱাৰ হাউচ চকত সহস্ৰাধিক লোকৰ প্ৰতিবাদ

NewzNow · ৬ নৱেম্বৰ ২০২৬

১ / ৫

ৰঙিয়া পৌৰসভাৰ ১০ নং ৱাৰ্ড বিলুপ্তি আৰু চিৰাখুন্দী ৰাজহ গাঁওখন গোৰেশ্বৰ ৰাজহ চক্ৰত অন্তৰ্ভুক্ত কৰাৰ প্ৰস্তাৱৰ বিৰুদ্ধে সহস্ৰাধিক লোকে প্ৰতিবাদ সাব্যস্ত কৰে।

২ / ৫

১০ নং ৱাৰ্ড বিলুপ্ত কৰাৰ প্ৰস্তাৱক কেন্দ্ৰ কৰি উত্তাল ৰঙিয়া ।

৩ / ৫

প্ৰস্তাৱিত সিদ্ধান্ত অনুসৰি, চিৰাখুন্দী ৰাজহ গাঁওখন ৰঙিয়া ৰাজহ চক্ৰৰ পৰিৱৰ্তে গোৰেশ্বৰ ৰাজহ চক্ৰৰ অধীনলৈ নিয়াৰ কথা বিবেচনা কৰা হৈছে।

৪ / ৫

এই প্ৰস্তাৱ কাৰ্যকৰী হ'লে অঞ্চলটোৰ প্ৰশাসনিক পৰিচয় আৰু পৌৰসভাৰ অধীনত থকা স্থানীয় প্ৰতিনিধিত্বৰ ক্ষেত্ৰত পৰিৱৰ্তন আহিব পাৰে।

৫ / ৫

প্ৰস্তাৱিত সিদ্ধান্তৰ বিৰুদ্ধে সহস্ৰাধিক লোক একত্ৰিত হৈ ৰঙিয়াৰ পাৱাৰ হাউচ চকত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।

ৱাৰ্ড বিলুপ্তিৰ প্ৰস্তাৱক লৈ উত্তাল প্ৰতিবাদ! পাৱাৰ হাউচ চকত সহস্ৰাধিক লোকৰ প্ৰতিবাদ

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক