অসম

নতুন বড়োলেণ্ড আন্দোলনক সমৰ্থন নকৰে BPFয়ে: হাগ্ৰামা

NewzNow · ৬ নৱেম্বৰ ২০২৬

১ / ৫

পৃথক বড়োলেণ্ডৰ দাবী এৰি দিয়া নাই BPF-এ, কিন্তু এই সময়ত নতুন আন্দোলনক সম্পূৰ্ণ সমৰ্থন দিব নোৱাৰিব বুলি হাগ্ৰামা মহিলাৰীয়ে ক'লে।

২ / ৫

কোকৰাঝাৰ, ৬ নৱেম্বৰঃ নতুনকৈ পৃথক বড়োলেণ্ডৰ দাবীত আন্দোলন আৰম্ভ কৰাৰ প্ৰস্তাৱক বৰ্তমান সময়ত সম্পূৰ্ণ সমৰ্থন আগবঢ়াব নোৱাৰে বুলি স্পষ্ট কৰিছে বড়োলেণ্ড পিপলছ ফ্ৰণ্টৰ সভাপতি তথা বিটিচিৰ…

৩ / ৫

শুকুৰবাৰে কোকৰাঝাৰত অনুষ্ঠিত বিটিচিৰ কাৰ্যবাহী পৰিষদৰ বৈঠকৰ পিছত সংবাদ মাধ্যমৰ সৈতে কথা পাতি মহিলাৰীয়ে কয় যে নতুনকৈ আন্দোলন আৰম্ভ হ’লে যুৱ প্ৰজন্মৰ জীৱন আৰু ভৱিষ্যতৰ ওপৰত বিৰূপ প্ৰভাৱ…

৪ / ৫

মহিলাৰীয়ে স্পষ্ট কৰে যে বৰ্তমান সময়ত নতুন আন্দোলনক সম্পূৰ্ণ সমৰ্থন কৰিব নোৱাৰাৰ অৰ্থ বড়োলেণ্ডৰ দাবীৰ বিৰোধিতা কৰা নহয়।

৫ / ৫

লগতে বড়ো আৰু অনাবড়ো জনগোষ্ঠীৰ মাজত পুনৰ উত্তেজনা আৰু সংঘাতৰ সৃষ্টি হোৱাৰ আশংকাও প্ৰকাশ কৰে তেওঁ।

নতুন বড়োলেণ্ড আন্দোলনক সমৰ্থন নকৰে BPFয়ে: হাগ্ৰামা

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক