টেঙাখাতত অইল ইণ্ডিয়াৰ ITF-ত বিস্ফোৰণৰ পাছত অগ্নিকাণ্ড সংঘটিত হয়।
ডিব্ৰুগড়, ৬ নৱেম্বৰঃ ডিব্ৰুগড় জিলাৰ টেঙাখাতত অইল ইণ্ডিয়া লিমিটেডৰ Intermediate Tank Farm (ITF)-ত শুকুৰবাৰে পুৱা সংঘটিত ভয়ংকৰ বিস্ফোৰণ আৰু অগ্নিকাণ্ডত এজন কৰ্মচাৰীৰ মৃত্যু হোৱাৰ লগতে আন…
প্ৰাৰম্ভিক তথ্য অনুসৰি, ITF চৌহদত কৰ্মীসকলে কাৰিকৰী আৰু ৰক্ষণাবেক্ষণৰ কাম কৰি থকাৰ সময়তে এটা ভালভৰ কাম চলি আছিল।
এই ঘটনাত মৃত্যু হোৱা লোকজন টেঙাখাতৰ বৰদলঙনি গাঁৱৰ ৰাজু দত্ত।
আহত ছয়জনৰ ভিতৰত পাঁচজনক ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হৈছে।
newznow.in