অসম

BTC-ত ভূমিহীন লোকৰ বাবে মাটিৰ পট্টাৰ প্ৰিমিয়াম ১০১ টকালৈ হ্ৰাস: হাগ্ৰামা

NewzNow · ৬ নৱেম্বৰ ২০২৬

১ / ৫

BTC-য়ে ভূমিহীন লোকৰ বাবে মাটিৰ পট্টা লাভৰ প্ৰিমিয়াম ১০১ টকালৈ হ্ৰাস কৰিছে।

২ / ৫

কোকৰাঝাৰ, ৬ নৱেম্বৰঃ ভূমি পট্টা আবণ্টন আৰু নামজাৰিৰ ক্ষেত্ৰত প্ৰিমিয়ামৰ হাৰ হ্ৰাস কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলে (BTC)।

৩ / ৫

বৈঠকৰ পাছত হাগ্ৰামা মহিলাৰীয়ে জানিবলৈ দিয়ে যে যিসকল লোকৰ নিজৰ নামত মাটিৰ পট্টা নাই, তেওঁলোকক পট্টা প্ৰদানৰ কাম চলি আছে।

৪ / ৫

তেওঁৰ মতে, এতিয়ালৈকে ৮,০০০ৰো অধিক ভূমিহীন লোকক মাটিৰ পট্টা প্ৰদান কৰা হৈছে।

৫ / ৫

ইফালে, ইতিমধ্যে মাটিৰ পট্টা থকা লোকে নতুনকৈ মাটি ক্ৰয় কৰাৰ ক্ষেত্ৰতো প্ৰিমিয়ামৰ হাৰ হ্ৰাস কৰাৰ সিদ্ধান্ত লৈছে BTC-য়ে।

BTC-ত ভূমিহীন লোকৰ বাবে মাটিৰ পট্টাৰ প্ৰিমিয়াম ১০১ টকালৈ হ্ৰাস: হাগ্ৰামা

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক