প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পশ্চিম এছিয়াৰ সংঘাতৰ মাজতে সাৰ আৰু LPGৰ নাটনিৰ উৰাবাতৰি বিয়পোৱাৰ অভিযোগ বিৰোধী দলসমূহৰ বিৰুদ্ধে উত্থাপন কৰে।
গুজৰাট, ৩০ অক্টোবৰ: পশ্চিম এছিয়াৰ সংঘাতক কেন্দ্ৰ কৰি দেশত সাৰ আৰু ৰন্ধন গেছৰ নাটনিৰ উৰাবাতৰি বিয়পাই জনসাধাৰণৰ মাজত আতংকৰ সৃষ্টি কৰাৰ অভিযোগ বিৰোধী দলসমূহৰ বিৰুদ্ধে উত্থাপন কৰিছে…
মোদীয়ে দাবী কৰে যে, সাৰৰ নাটনি হ’ব বুলি প্ৰচাৰ চলোৱাৰ ফলত কৃষকসকলৰ মাজত উদ্বেগ সৃষ্টি হৈছে আৰু ৰন্ধন গেছৰ যোগানক লৈ বিয়পোৱা ভুল তথ্যই মহিলাসকলক চিন্তিত কৰি তুলিছে।
প্ৰধানমন্ত্ৰীয়ে কয় যে, পশ্চিম এছিয়াত যুদ্ধসদৃশ পৰিস্থিতি অব্যাহত থকাৰ পাছতো তেওঁৰ চৰকাৰে কৃষকসকলৰ বাবে সাৰৰ নাটনি হ’বলৈ দিয়া নাই।
সভাত প্ৰধানমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি (PM-KISAN) আঁচনিৰ ২৪সংখ্যক কিস্তিও মুকলি কৰে।
newznow.in