অহা ১৯ জুনত ৰাজ্যসভাৰ নিৰ্বাচন, অসমৰ এখন আসনৰ বাবে ৰাজ্যসভাৰ প্ৰাৰ্থীৰ নাম ঘোষণা

ঘোষণা হ'ল অসমৰ এখন আসনৰ বাবে ৰাজ্যসভাৰ প্ৰাৰ্থীৰ নাম।
কনাড পুৰকায়স্থক ৰাজ্যসভাৰ প্ৰাৰ্থী ৰূপে প্ৰক্ষেপ শাসকীয় দল বিজেপিৰ।
দিল্লীত আনুষ্ঠানিকভাৱে চূড়ান্ত কৰা হ'ল কনাড পুৰকায়স্থৰ নাম।
প্ৰবীণ বিজেপি নেতা কবীন্দ্ৰ পুৰকায়স্থৰ পুত্ৰ কনাড পুৰকায়স্থ।
মিত্ৰদল অগপক দ্বিতীয়খন আসন এৰি দিছে বিজেপিয়ে। 
যিকোনো মূহুৰ্ততে অগপই ঘোষণা কৰিব অসমৰ দ্বিতীয়খন ৰাজ্যসভাৰ আসনৰ বাবে প্ৰাৰ্থীৰ নাম ।

Share This Article
Leave a Comment

Leave a Reply

Your email address will not be published. Required fields are marked *