জাকৰ পৰা বিচ্ছিন্ন হৈ পৰা বনৰীয়া হাতী পোৱালিটো কপিলী নৈৰ মথাউৰি পাৰে পাৰে আহি থকা অৱস্থাত ৰাইজে প্ৰত্যক্ষ কৰে ।
একাংশ স্থানীয় ৰাইজে অকলশৰীয়াকৈ থকা বনৰীয়া হাতীৰ পোৱালীটো প্ৰত্যক্ষ কৰি লংকা আঞ্চলিক বন বিভাগক খবৰ দিয়ে।
পৰবৰ্তী সময়ত ঘটনাস্থলীত বন বিভাগৰ লোক উপস্থিত হৈ হাতীৰ পোৱালীটো উদ্ধাৰ কৰি লংকা বনবিভাগৰ কাৰ্য্যলয়লৈ লৈ যায়।
বৰ্তমান লংকা বনবিভাগৰ কাৰ্য্যলয়ত হাতীৰ পোৱালীটোক প্ৰাথমিক চিকিৎসা কৰি আছে।