শিক্ষা

QS Asia University Rankings 2027ত ভাৰতৰ শীৰ্ষ ছখন প্ৰতিষ্ঠানৰ ৰেংকিঙৰ অৱনতি, ৬৬সংখ্যক স্থানত IIT Delhi

QS Asia University Rankings 2027ত ভাৰতৰ ৩২৫খন প্ৰতিষ্ঠানে স্থান লাভ কৰিছে যদিও শীৰ্ষ ছখন প্ৰতিষ্ঠানৰ ৰেংকিং হ্ৰাস পাইছে। IIT Guwahati-ৰ স্থান ১২০।