পবিত্ৰ মাৰ্ঘেৰিটাৰ স্পেইন ভ্ৰমণ, ৫৪খন দেশৰ অংশগ্ৰহণেৰে অনুষ্ঠিত হ’বলগীয়া ইবেৰো-আমেৰিকান সন্মিলনত ল’ব অংশ
৩ৰ পৰা ৫ নৱেম্বৰলৈ চৰকাৰী ভ্ৰমণসূচীৰে স্পেইনলৈ যাব পবিত্ৰ মাৰ্ঘেৰিটা। ৩০ সংখ্যক ইবেৰো-আমেৰিকান সন্মিলনত সহযোগী পৰ্যবেক্ষক ৰাষ্ট্ৰ হিচাপে অংশ ল’ব ভাৰতে। সন্মিলনত মুঠ ৫৪খন দেশৰ অংশগ্ৰহণ থাকিব। কেইবাখনো দেশৰ প্ৰতিনিধিৰ সৈতে…