অভিযোগ নিষ্পত্তি Grievance Redressal

NewzNow-এ প্ৰকাশ কৰা কোনো খবৰ বা সমলৰ বিষয়ে আপোনাৰ অভিযোগ থাকিলে তলৰ ফৰ্মখন পূৰণ কৰক বা অভিযোগ নিষ্পত্তি বিষয়াক ইমেইল কৰক। এই ব্যৱস্থা তথ্য-প্ৰযুক্তি (মধ্যৱৰ্তী নিৰ্দেশিকা আৰু ডিজিটেল মিডিয়া নীতি সংহিতা) নিয়মাৱলী, ২০২১-ৰ তৃতীয় খণ্ড অনুসৰি।

If you have a complaint about any news or content published by NewzNow (in Assamese, English, Hindi or Bengali), use the form below or write to our Grievance Officer. This mechanism follows Part III of the Information Technology (Intermediary Guidelines and Digital Media Ethics Code) Rules, 2021.

অভিযোগ নিষ্পত্তি বিষয়া · Grievance Officer

নাম · Name
Mousumi Konwer, Grievance Officer
ইমেইল · Email
newznow1@gmail.com
ঠিকনা · Address
H/No 4, 1st Floor, Samannay Path, Survey, Guwahati - 781028, Assam
প্ৰকাশক · Publisher
Media Byte Ventures (NewzNow)
স্ব-নিয়ন্ত্ৰক সংস্থা · Self-regulating body
Media9 Digital Media Federation

কেনেকৈ নিষ্পত্তি কৰা হয় · How it works

  1. স্বীকৃতি · Acknowledgement: ফৰ্ম জমা দিয়াৰ লগে লগে এটা অভিযোগ নম্বৰ পাব (২৪ ঘণ্টাৰ ভিতৰত)। You get a reference number at once (rule 10: within 24 hours). Grievances sent by email are acknowledged within 24 hours.
  2. সিদ্ধান্ত · Decision: অভিযোগ নিষ্পত্তি বিষয়াই ১৫ দিনৰ ভিতৰত সিদ্ধান্ত লৈ আপোনাক জনাব। The Grievance Officer decides and informs you within 15 days of registration.
  3. সংশোধন · Correction: ভুল প্ৰমাণিত হ'লে খবৰটো শুধৰোৱা হয় আৰু সংশোধনৰ টোকা দিয়া হয় (সংশোধন নীতি)। If we got something wrong, we correct it openly and say so.
  4. আপীল · Appeal: ১৫ দিনৰ ভিতৰত সিদ্ধান্ত নাপালে বা সিদ্ধান্তত সন্তুষ্ট নহ'লে Media9 Digital Media Federation-ৰ ওচৰত আপীল কৰিব পাৰে। If you get no decision in 15 days, or disagree with it, you may appeal to the self-regulating body (Media9 Digital Media Federation) within 15 days.

আপোনাৰ অভিযোগৰ অৱস্থা চাওক · Check the status of a grievance →  ·  মাহেকীয়া প্ৰতিবেদন · Monthly report →

অভিযোগ দাখিল কৰক · File a grievance

শেষ আপডেট: ৩ নৱেম্বৰ ২০২৬