ভাৰতত ইউটিউবৰ যাত্ৰাৰ ১৮ বছৰ
২০০৮ চনৰ ৭ মে’ত ভাৰতত মুকলি হোৱা ইউটিউবে দেশত ১৮ বছৰ অতিক্ৰম কৰিছে।
গুৰুত্বপূৰ্ণ খবৰ ফোন বা কম্পিউটাৰত পোনপটীয়াকৈ পাওক।
২০০৮ চনৰ ৭ মে’ত ভাৰতত মুকলি হোৱা ইউটিউবে দেশত ১৮ বছৰ অতিক্ৰম কৰিছে।
চীনৰ কমাকে নিৰ্মাণ কৰা চিই-২৫এ সম্পূৰ্ণ বৈদ্যুতিক বিমানখনে সফলতাৰে প্ৰথম মানৱচালিত উৰণ সম্পন্ন কৰিছে। বিমানখনত ১৯গৰাকী যাত্ৰী কঢ়িয়াই নিয়া…
টেক্সাছৰ ষ্টাৰবেছত কক্ষপথৰ পৰা উভতি অহা ষ্টাৰশ্বিপ মহাকাশযানখন যান্ত্ৰিক বাহুৰে ধৰি উদ্ধাৰ কৰিছে স্পেছএক্সে।
বিশ্বৰ সৰ্ববৃহৎ ক্ৰিপ্টো এক্সচেঞ্জ বাইনেন্সে ৬.৩ বিলিয়ন ডলাৰৰ ডিজিটেল সম্পদ প্ৰভাৱিত হোৱা বুলি জনাইছে। সংস্থাটোৱে ক্ষতি বহন কৰাৰ আশ্বাস দিল…
ভাৰতৰ নিজা নেভিগেচন ব্যৱস্থা NavIC শক্তিশালী কৰিবলৈ ISROই সফলতাৰে NVS-03 উপগ্ৰহ উৎক্ষেপণ কৰিছে। শুকুৰবাৰে নিশা শ্ৰীহৰিকোটাৰ পৰা GSLV-F18 ৰকে…
Microsoft-এ প্ৰায় ৬০ হাজাৰ কৰ্মচাৰীক স্বেচ্ছাই চাকৰি এৰাৰ প্ৰস্তাৱ দিছে। ভাৰতসহ চাৰিখন দেশৰ নিৰ্বাচিত কৰ্মচাৰীয়েহে এই সুবিধা লাভ কৰিব পাৰে…