দেশ

২৫০% টেৰিফৰ ভাবুকিৰে ভাৰত-পাকিস্তানৰ যুদ্ধ বন্ধ কৰাৰ দাবী ট্ৰাম্পৰ

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ২৫০% টেৰিফ আৰোপৰ ভাবুকি দি ভাৰত-পাকিস্তানৰ যুদ্ধ বন্ধ কৰাইছিল বুলি দাবী কৰিছে। এই সংঘাতত ১১খন বিমান ধ্বংস হৈছিল আৰু ৫ কোটি লোকৰ জীৱন ৰক্ষা হৈছিল বুলিও তেওঁৰ দাবী।