চাকৰি

পশ্চিম গুৱাহাটী মহাবিদ্যালয়ত সহকাৰী অধ্যাপকৰ পদ খালী

ধাৰাপুৰৰ পশ্চিম গুৱাহাটী মহাবিদ্যালয়ে সহকাৰী অধ্যাপকৰ পদসমূহত নিযুক্তিৰ বাবে আবেদন আহ্বান কৰিছে। আবেদন জমা দিয়াৰ অন্তিম সময়সীমা ২৩ নৱেম্বৰ, ২০২৬ৰ বিয়লি ৩ বজালৈ।