কংগ্ৰেছে আঞ্চলিক দলক ‘প্ৰধান শত্ৰু’ বুলি গণ্য কৰে: অখিল গগৈ
বিজেপিৰ পৰিৱৰ্তে আঞ্চলিক দল আৰু গণ-আন্দোলনসমূহক দুৰ্বল কৰাৰ চেষ্টা কংগ্ৰেছে চলাই আহিছে বুলি অভিযোগ অখিল গগৈৰ। ৰাহুল গান্ধী আৰু যোগেন্দ্ৰ যাদৱলৈ পৃথকে পত্ৰ প্ৰেৰণ কৰিছে তেওঁ।
গুৰুত্বপূৰ্ণ খবৰ ফোন বা কম্পিউটাৰত পোনপটীয়াকৈ পাওক।
বিজেপিৰ পৰিৱৰ্তে আঞ্চলিক দল আৰু গণ-আন্দোলনসমূহক দুৰ্বল কৰাৰ চেষ্টা কংগ্ৰেছে চলাই আহিছে বুলি অভিযোগ অখিল গগৈৰ। ৰাহুল গান্ধী আৰু যোগেন্দ্ৰ যাদৱলৈ পৃথকে পত্ৰ প্ৰেৰণ কৰিছে তেওঁ।
যোগী আদিত্যনাথে ১.২৭ কোটি হিন্দু ভোটাৰৰ নাম ভোটাৰ তালিকাত নথকাৰ দাবী কৰাৰ বিপৰীতে নিৰ্বাচন বিভাগে ধৰ্ম বা জাতিভিত্তিক তথ্য সংৰক্ষণ নকৰে বুলি…
ছোনিয়া গান্ধীৰ সদ্য প্ৰকাশিত গ্ৰন্থখন এতিয়ালৈকে ক্ৰয় কৰা বা পঢ়া নাই বুলি জনাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
পূৰ্বৰ তৃণমূল কংগ্ৰেছ চৰকাৰে কেৱল মুছলমানসকলকহে সংখ্যালঘু হিচাপে গণ্য কৰিছিল বুলি অভিযোগ মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীৰ।
হায়দৰাবাদত কংগ্ৰেছৰ সন্মিলনত ইটালীয় নেতা জিয়াকোমো ফিলিবেকৰ শ্লোগানক লৈ বিজেপি আৰু বিআৰএছে কংগ্ৰেছক সমালোচনা কৰিছে।
কংগ্ৰেছ বিধায়ক ভূষণ বাৰাৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ উত্থাপন কৰা নাবালিকাগৰাকীক হেঁচা দিয়াৰ অভিযোগত দুজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে আৰক্ষীয়ে।
২০২৭ চনৰ উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছে ১৮১খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব বিচাৰিছে বুলি জনাইছে অখিলেশ যাদৱে।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে ফোন টেপ কৰাৰ অভিযোগ তুলিছে ৰাহুল গান্ধীয়ে। তেওঁ মোদীক মুখামুখি ৰাজহুৱা বিতৰ্কলৈও আহ্বান জনাইছে।
২০২৭ চনৰ পঞ্জাব বিধানসভা নিৰ্বাচনৰ বাবে আম আদমী পাৰ্টিয়ে ৩১জন প্ৰাৰ্থীৰ দ্বিতীয়খন তালিকা প্ৰকাশ কৰিছে। মুঠ ঘোষিত প্ৰাৰ্থীৰ সংখ্যা ৭১জনলৈ ব…
মাতৃৰ আত্মজীৱনীক লৈ বিজেপিৰ সমালোচনাৰ উত্তৰত প্ৰিয়ংকা গান্ধীয়ে কয়, ছোনিয়া গান্ধীৰ নিজৰ জীৱনৰ কাহিনী কোৱাৰ সম্পূৰ্ণ অধিকাৰ আছে।
২০০৪ চনত প্ৰধানমন্ত্ৰীৰ পদ গ্ৰহণ নকৰাৰ পাছতো ইউপিএ চৰকাৰৰ সময়ত ছোনিয়া গান্ধীয়ে ব্যাপক প্ৰভাৱ বিস্তাৰ কৰিছিল বুলি অভিযোগ কৰিছে বিজেপিয়ে।
০২৭ চনৰ উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনক লক্ষ্য কৰি নতুন ৰাজনৈতিক মিত্ৰজোঁট গঠন কৰিছে এআইএমআইএমৰ মুৰব্বী আছাদুদ্দিন অ’ৱেইছী আৰু আজাদ সমাজ পাৰ…
প্ৰিয়ংক খাৰ্গেৰ মন্তব্য, টিপু চুলতানে চাৰিখন ইংৰাজ-মহীশূৰ যুদ্ধত যুঁজ দিছিল। কিন্তু স্বাধীনতা সংগ্ৰামৰ কোনো আন্দোলনতে RSS-এ অংশ লোৱা নাছিল।
ছোনীয়া গান্ধীয়ে আত্মজীৱনীত জনাইছে যে ১৯৬৯ চনত নিৰ্ধাৰিত সময়ৰ প্ৰায় দুমাহ পূৰ্বে জন্ম লোৱা তেওঁৰ প্ৰথম পুত্ৰ সন্তানটি জন্মৰ পিছদিনাই মৃত্যু হ…
ৰাহুল গান্ধীৰ সমালোচনাৰ প্ৰত্যুত্তৰত কিৰেণ ৰিজিজুৱে সশস্ত্ৰ মাওবাদীক নিৰ্মূল কৰাৰ পাছত ‘‘দিমাগী নক্সাল’’ক নিৰ্মূল কৰাই চৰকাৰৰ পৰৱৰ্তী লক্ষ্য…
ছোনিয়া গান্ধীৰ ৫৪৪ পৃষ্ঠাৰ আত্মজীৱনী ‘বিলঙিং: এ জাৰ্নি অৱ লাভ’ প্ৰকাশ পাইছে। গ্ৰন্থখনত ব্যক্তিগত জীৱন, গান্ধী পৰিয়াল আৰু ৰাজনৈতিক ঘটনাৰ কথ…
মল্লিকাৰ্জুন খৰ্গেৰ দীপাৱলীৰ শুভেচ্ছা বাৰ্তাক লৈ বিজেপিয়ে আপত্তি তোলাৰ পাছত কংগ্ৰেছে ‘ঈদ’ শব্দৰ আক্ষৰিক অৰ্থ উৎসৱ বুলি মন্তব্য কৰিছে।
২৬ নৱেম্বৰত মণিপুৰ ভ্ৰমণ কৰিব পাৰে ৰাহুল গান্ধীয়ে। ইম্ফল আৰু চূড়াচান্দপুৰত গোষ্ঠীগত সংঘৰ্ষত গৃহহীন হোৱা লোক আৰু ক্ষতিগ্ৰস্ত পৰিয়ালক সাক্ষ…
ছোনিয়া গান্ধীয়ে কয়, ‘বিলঙিং: এ জাৰ্নি অৱ লাভ’ তেওঁৰ পৰিয়াল, ব্যক্তিগত শোক আৰু ভাৰতক নিজৰ ঘৰ হিচাপে অনুভৱ কৰাৰ কাহিনী। গ্ৰন্থ খন ১০ নৱেম্…
লালকৃষ্ণ আদৱানীৰ ১০০সংখ্যক জন্মদিন উপলক্ষে নতুন দিল্লীস্থিত বিজেপিৰ কেন্দ্ৰীয় কাৰ্যালয়ত বিশেষ পূজা-অৰ্চনা আৰু হোমৰ আয়োজন কৰা হয়।