আন্তঃৰাষ্ট্ৰীয়

শ্বেখ হাছিনাৰ সম্ভাৱ্য প্ৰত্যাৱৰ্তনৰ পূৰ্বে বাংলাদেশত উত্তেজনা, ঢাকাৰ বিমানবন্দৰৰ সমীপত দুটাকৈ বোমা বিস্ফোৰণত আহত ৩

শ্বেখ হাছিনাৰ সম্ভাৱ্য প্ৰত্যাৱৰ্তনক লৈ উত্তেজনাৰ মাজতে ঢাকাৰ বিমানবন্দৰৰ সমীপত দুটা বোমা বিস্ফোৰণত তিনিজন পথচাৰী আহত হৈছে।

  1. ‘মোদী এগৰাকী মহান নেতা, সকলোৱে তেওঁক সন্মান কৰে’- প্ৰধানমন্ত্ৰী মোদীক প্ৰশংসা ড’নাল্ড ট্ৰাম্পৰ

    মানিলাত কোৱাড নেতাসকলৰ বৈঠকত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে নৰেন্দ্ৰ মোদীক নিজৰ বন্ধু আৰু বিশ্বজুৰি সন্মানিত মহান নেতা বুলি কয়।

  2. হৰমুজ প্ৰণালীত এলপিজি টেংকাৰত ক্ষেপণাস্ত্ৰ আক্ৰমণ, আছিল ২৪ ভাৰতীয় ক্ৰু

    হৰমুজ প্ৰণালীত পানামাৰ পতাকাবাহী ‘তাৰা গেছ’ নামৰ এলপিজি টেংকাৰখনত ক্ষেপণাস্ত্ৰ আক্ৰমণ সংঘটিত হৈছে। জাহাজখনৰ ২৪জন ভাৰতীয়সহ ২৫জন ক্ৰু সদস্য স…

  3. মিলিত হ’ব ছি-জিনপিং, ট্ৰাম্প আৰু পুটিন; ১৯ নৱেম্বৰত চীনত প্ৰথম ত্ৰিপাক্ষিক সন্মিলন

    চীনৰ শেনঝেনত ১৯ নৱেম্বৰত প্ৰথমবাৰৰ বাবে একেলগে বৈঠকত মিলিত হ’ব ছি জিনপিং, ড’নাল্ড ট্ৰাম্প আৰু ভ্লাদিমিৰ পুটিন।

  4. ‘জীৱিত অৱস্থাত উভতি আহিব পাৰিম নে নাই নাজানো’, চিকিৎসাৰ দাবীত আদালতৰ কাষ চাপিল ইমৰান খান

    কাৰাগাৰত স্বাস্থ্যৰ অৱনতি ঘটাৰ অভিযোগেৰে পাকিস্তানৰ শীৰ্ষ আদালতসমূহলৈ মুকলি পত্ৰ প্ৰেৰণ কৰিছে কাৰাবন্দী প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানে।

  5. শেখ হাছিনাক ঘূৰাই পঠিওৱাক লৈ জটিলতা, ভাৰত-বাংলাদেশৰ প্ৰত্যৰ্পণ চুক্তিত কি আছে?

    বাংলাদেশে শেখ হাসিনাক ঘূৰাই বিচৰাৰ মাজতে ভাৰত-বাংলাদেশৰ বন্দী প্ৰত্যৰ্পণ চুক্তিৰ আইনী ব্যতিক্ৰম আৰু প্ৰক্ৰিয়া গুৰুত্বপূৰ্ণ হৈ পৰিছে।

  6. শ্বেখ হাছিনাৰ বাংলাদেশলৈ প্ৰত্যাৱৰ্তনক লৈ ভাৰতৰ দুটা চৰ্ত!

    শ্বেখ হাছিনাক বাংলাদেশলৈ ঘূৰাই পঠিওৱাৰ ক্ষেত্ৰত ভাৰতৰ দুটা চৰ্ত থাকিব পাৰে বুলি জানিব পৰা গৈছে। অৱশ্যে দুয়োখন চৰকাৰে ইয়াক আনুষ্ঠানিকভাৱে ন…

  7. মিয়ামি বিমানবন্দৰত দুই বিমানৰ সংঘৰ্ষ, আহত দুজন

    মিয়ামি আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত টেক্সিৱেত ইউপিএছৰ কাৰ্গো বিমান আৰু কোপা এয়াৰলাইনছৰ যাত্ৰীবাহী বিমানৰ সংঘৰ্ষত দুজন সামান্য আহত হৈছে।

  8. তিনি বছৰৰ পাছত ভাৰতলৈ আহিব পাকিস্তানৰ মন্ত্ৰী, ২০–২২ নৱেম্বৰত নতুন দিল্লীত SCO বৈঠক

    ২০ৰ পৰা ২২ নৱেম্বৰলৈ নতুন দিল্লীত অনুষ্ঠিত এছচিঅ’ৰ ‘চিভিলাইজেচনেল ডায়লগ ফ’ৰাম’ত পাকিস্তানক প্ৰতিনিধিত্ব কৰিব মুছাদ্দিক মাছুদ মালিকে।

  9. মৃত্যুদণ্ডৰ বিশ্বজুৰি স্থগিতাদেশৰ ৰাষ্ট্ৰসংঘৰ UNGAত প্ৰস্তাৱত ভাৰতৰ বিৰোধিতা

    ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ তৃতীয় সমিতিত মৃত্যুদণ্ডৰ ওপৰত বিশ্বজুৰি স্থগিতাদেশ জাৰি কৰাৰ প্ৰস্তাৱৰ বিপক্ষে ভোট দিলে ভাৰতে।

  10. শাৰ্জিল ইমাম প্ৰসংগত ইউএছচিআৰএফক ক্ৱাত্ৰাৰ তীব্ৰ সমালোচনা

    শাৰ্জিল ইমামৰ আটক সন্দৰ্ভত ইউএছচিআৰএফে কৰা মন্তব্যক লৈ ভাৰতীয় নাগৰিকৰ সাংবিধানিক অধিকাৰ বিচাৰ কৰাৰ আয়োগটোৰ কোনো অধিকাৰ নাই বুলি মন্তব্য কৰ…

  11. “আপোনাৰ লিংগৰ বাবেই নেকি?” মাইক্ৰ’ফোনত বন্দী প্ৰধানমন্ত্ৰীআৰু মন্ত্ৰী অশালীন ধেমালি

    কপ-৩১ সন্মিলনত মুকলি মাইক্ৰ’ফোনত ধৰা পৰে অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এন্থনী এলবানিজ আৰু মন্ত্ৰী ক্ৰিছ ব’ৱেনৰ ব্যক্তিগত ধেমালি।

  12. ভাৰতক বিশেষ শুল্ক-সুবিধাৰ আশ্বাস আমেৰিকাৰ, বাণিজ্যচুক্তিত অগ্ৰগতি

    প্ৰস্তাৱিত অন্তৱৰ্তী বাণিজ্যচুক্তিখন চলিত আৰ্থিক বৰ্ষৰ ভিতৰতে চূড়ান্ত কৰাৰ লক্ষ্যৰে ভাৰত আৰু আমেৰিকাই আলোচনা আগবঢ়াইছে।

  13. Jensen Huangৰ পদত্যাগত বিশ্বজুৰি জোকাৰণি, চীনৰ সৈতে সম্পৰ্কক লৈ NVIDIAৰ ওপৰত ৰাষ্ট্ৰীয় নিৰাপত্তাৰ প্ৰশ্ন

    চীনৰ চোৰাংচোৱা সংস্থাৰ সৈতে সম্পৰ্ক থকাৰ সন্দেহ কৰা ব্যৱসায়িক সহযোগীৰ সৈতে প্ৰেমৰ সম্পৰ্কৰ অভিযোগ; CFO Colette Kressক অন্তৱৰ্তীকালীন CEOৰ দা…

  14. ফিলিপাইনছলৈ প্ৰধানমন্ত্ৰী মোদী; ASEAN শীৰ্ষ সন্মিলনৰ লগতে QUAD বৈঠকতো অংশ লোৱাৰ সম্ভাৱনা

    প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মেনিলাত ৪৯সংখ্যক আসিয়ান শীৰ্ষ সন্মিলন আৰু ২১সংখ্যক পূব এছিয়া শীৰ্ষ সন্মিলনত অংশ ল'ব। কোৱাড বৈঠক হোৱাৰো সম্ভ…

  15. পাকিস্তানে ছ’চিয়েল মিডিয়াৰে ভাৰতীয় যুৱকক উগ্ৰপন্থী কাৰ্যকলাপত জড়িত কৰাৰ অভিযোগ, এনআইএৰ তদন্ত

    পাকিস্তানস্থিত গেংষ্টাৰ শ্বাহজাদ ভাট্টী আৰু আইএছআই-সংশ্লিষ্ট লোকৰ বিৰুদ্ধে ভাৰতীয় যুৱকসকলক উগ্ৰপন্থী কাৰ্যকলাপত জড়িত কৰাৰ অভিযোগত এনআইএয়ে…

  16. নৰৱেত প্ৰধানমন্ত্ৰী মোদীক প্ৰশ্ন কৰি অস্বস্তিত পেলোৱা হেলে ল্যঙক ভাৰত ভ্ৰমণত বাধা!

    হায়দৰাবাদৰ ‘ভাৰত ছামিট’ত অংশগ্ৰহণৰ পূৰ্বে নিজৰ ভিছা বাতিল কৰা হৈছে বুলি নৰৱেৰ সাংবাদিক হেলে ল্যঙে দাবী কৰিছে।

  17. ভাৰত–ব্ৰিটেইন বাণিজ্য চুক্তিত শুল্ক বিতৰ্ক, বন্দৰসমূহত আবদ্ধ ৮০ৰো অধিক স্কচ হুইস্কিৰ কণ্টেইনাৰ

    বৃহৎ পাত্ৰত আমদানি কৰা স্কচ হুইস্কিৰ শুল্কক লৈ মতভেদৰ ফলত ভাৰতীয় বন্দৰসমূহত ৮০টাতকৈও অধিক কণ্টেইনাৰ আবদ্ধ হৈ আছে।