স্বাস্থ্য

পৰৱৰ্তী ৫–১০ বছৰত বিশ্বজুৰি উপলব্ধ হ’ব পাৰে কৰ্কট ৰোগৰ প্ৰতিষেধক! সম্ভাৱনা ব্যক্ত কৰিলে বিশিষ্ট বিজ্ঞানী ডাঃ ৰুবুল মাউটে

আগন্তুক ৫ৰ পৰা ১০ বছৰৰ ভিতৰত কৰ্কট ৰোগৰ প্ৰতিষেধক বিশ্বজুৰি উপলব্ধ হোৱাৰ সম্ভাৱনা আছে বুলি মত প্ৰকাশ কৰিছে বিজ্ঞানী ডাঃ ৰুবুল মাউটে।

  1. চিকিৎসালয়লৈ যোৱাৰ পূৰ্বে জানি লওঁক স্বাস্থ্যমন্ত্ৰীৰ এই সকীয়নি; অন্যথা পৰিব পাৰে বিপদত

    চিকিৎসালয়ৰ নিয়ম আৰু চিকিৎসকৰ নিৰ্দেশ নামানিলে ৰোগীৰ চিকিৎসা বন্ধ হ’ব পাৰে বুলি সকীয়নি দিছে স্বাস্থ্যমন্ত্ৰী অশোক সিংঘালে।

  2. অসমত স্নাতকোত্তৰ চিকিৎসা শিক্ষাৰ ৪৩খন নতুন আসন, মুঠ সংখ্যা ৮৩৯লৈ বৃদ্ধি

    অসমত স্নাতকোত্তৰ চিকিৎসা শিক্ষাৰ বাবে ৪৩খন নতুন আসনৰ অনুমোদন লাভ কৰিছে। লখিমপুৰ আৰু ডিফু চিকিৎসা মহাবিদ্যালয়ত এই আসনকেইখন সংযোজন কৰা হৈছে।

  3. উন্নত চিকিৎসাৰ বাবে মুম্বাইলৈ গৰিমা শইকীয়া গাৰ্গ

    উন্নত চিকিৎসাৰ বাবে মুম্বাইলৈ ৰাওনা গৰিমা শইকীয়া গাৰ্গ। চিকিৎসকৰ মতে, তেওঁৰ শাৰীৰিক অৱস্থা সুস্থিৰ যদিও মানসিক চাপ আৰু অনিদ্ৰাৰ সমস্যা আছে।

  4. বিশ্বত ২৪ কোটি কিশোৰ-কিশোৰীয়ে এদিনো কমেও ৬০ মিনিট মজলীয়াৰ পৰা জোৰদাৰ শাৰীৰিক সক্ৰিয়তা নকৰে

    WHOৰ নতুন মূল্যায়ন অনুসৰি ১১ৰ পৰা ১৭ বছৰীয়া প্ৰায় ২৪ কোটি কিশোৰ-কিশোৰীয়ে সপ্তাহৰ কোনো দিনেই ৬০ মিনিটৰ শাৰীৰিক সক্ৰিয়তা নকৰে।

  5. GMCHত স্থাপন হ’ব ভাৰতৰ ৰাজহুৱা খণ্ডৰ প্ৰথমটো প্ৰ’টন বিম থেৰাপি কেন্দ্ৰ

    GMCHত ভাৰতৰ ৰাজহুৱা স্বাস্থ্যসেৱা খণ্ডৰ প্ৰথমটো প্ৰ’টন বিম থেৰাপি কেন্দ্ৰ স্থাপনৰ পৰিকল্পনা। বেলজিয়ামৰ IBAৰ সৈতে অসম চৰকাৰৰ বুজাবুজিৰ চুক্ত…