১১৮ দিনৰ অন্তত কাৰাগাৰৰ পৰা মুকলি প্ৰণৱ দলে; ‘এয়া অসমৰ জনগণৰ জয়’- দলেৰ প্ৰথম প্ৰতিক্ৰিয়া
১১৮ দিনৰ অন্তত কাৰাগাৰৰ পৰা মুক্তি লাভ কৰিলে প্ৰণৱ দলেয়ে। মুক্তিৰ পিছত অসমৰ ৰাইজ, অধিবক্তা আৰু সাংবাদিকসকলক ধন্যবাদ জনাই এন এছ এৰ অপব্যৱহাৰৰ বিৰুদ্ধে একত্ৰিত হ’বলৈ আহ্বান জনালে তেওঁ।