আইপিএলৰ খেলুৱৈ হিচাপে ধোনীৰ অৱসৰ, ২০২৭ৰ পৰা চেন্নাইৰ মেণ্টৰ
মহেন্দ্ৰ সিং ধোনীয়ে আইপিএলৰ খেলুৱৈ হিচাপে ১৮ বছৰীয়া যাত্ৰাৰ সামৰণি ঘটালে। ২০২৭ চনৰ পৰা চেন্নাই ছুপাৰ কিংছৰ মেণ্টৰ হিচাপে নতুন দায়িত্ব গ্ৰহণ কৰিব তেওঁ।
গুৰুত্বপূৰ্ণ খবৰ ফোন বা কম্পিউটাৰত পোনপটীয়াকৈ পাওক।
মহেন্দ্ৰ সিং ধোনীয়ে আইপিএলৰ খেলুৱৈ হিচাপে ১৮ বছৰীয়া যাত্ৰাৰ সামৰণি ঘটালে। ২০২৭ চনৰ পৰা চেন্নাই ছুপাৰ কিংছৰ মেণ্টৰ হিচাপে নতুন দায়িত্ব গ্ৰহণ কৰিব তেওঁ।
২০২৬-২৭ ডিপি ৱৰ্ল্ড পিজিটিআই ২৬ সংখ্যক ইণ্ডিয়ান অইল চাৰ্ভো মাষ্টাৰছ গলফ প্ৰতিযোগিতাৰ প্ৰথম ৰাউণ্ডত ৭ আণ্ডাৰ ৬৫ কাৰ্ডিং কৰি দুটা শ্বটৰ অগ্ৰগ…
আইচিচিৰ ব’ৰ্ডৰ বৈঠকত জয় শ্বাহক দ্বিতীয়টো কাৰ্যকালৰ বাবে বিনা প্ৰতিদ্বন্দ্বিতাৰে পুনৰ নিযুক্তি দিয়া হৈছে।
পাকিস্তানক ১ উইকেটত পৰাস্ত কৰি ভাৰতে অভিলেখসংখ্যক নৱমবাৰৰ বাবে অনূৰ্ধ্ব-১৯ এছিয়া কাপৰ খিতাপ দখল কৰিছে।
পেলেষ্টাইনী জনসাধাৰণ আৰু অধিকৃত ছিৰীয়ান গোলানৰ আৰব লোকসকলৰ প্ৰাকৃতিক সম্পদৰ ওপৰত স্থায়ী সাৰ্বভৌমত্বৰ অধিকাৰ পুনৰ নিশ্চিত কৰা ৰাষ্ট্ৰসংঘৰ প…
আফগানিস্তানক ৮ উইকেটত পৰাস্ত কৰি অনূৰ্ধ্ব-১৯ এছিয়া কাপৰ ফাইনেলত উঠিল ভাৰত। শনিবাৰে খিতাপৰ যুঁজত পাকিস্তানৰ মুখামুখি হ'ব ভাৰত।
জাগুনৰ ৬ মাইল ৰামপুৰ খেলপথাৰত সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ টিৰাপ–জাগুন আঞ্চলিক সমিতিৰ উদ্যোগত অনুষ্ঠিত একাদশ সংখ্যক মেজৰ দুৰ্গা মল্লা জিলা পৰ…
আই পি এল ২০২৭ৰ পূৰ্বে হাৰ্দিক পাণ্ডিয়াক পঞ্জাব কিংছলৈ আৰু অৰ্শদীপ সিঙক মুম্বাই ইণ্ডিয়ানছলৈ সলনি কৰা হৈছে।
আৰ্যবীৰ ছেহৱাগৰ ১৬০ ৰানৰ দৰ্শনীয় ইনিংছৰ সহায়ত ভাৰতে ইউএইক ৭০ ৰানত পৰাস্ত কৰি অনূৰ্ধ্ব-১৯ এছিয়া কাপৰ ছেমিফাইনেলত প্ৰৱেশ কৰিছে।
আগন্তুক ডিচেম্বৰত দক্ষিণ আফ্ৰিকা ভ্ৰমণ কৰিবলগীয়া ভাৰতীয় মহিলা টেষ্ট আৰু এদিনীয়া দলত স্থান লাভ কৰিছে অসমৰ ক্ৰিকেটাৰ জিন্টিমণি কলিতাই।
অনূৰ্ধ্ব-১৯ এছিয়া কাপ ২০২৬ৰ ভাৰত-পাকিস্তানৰ মেচত নাটকীয় জয় সাব্যস্ত কৰিলে পাকিস্তানে
চৈয়দ মুস্তাক আলী ট্ৰফীৰ বাবে ১৬জনীয়া অসম দল ঘোষণা। ডেনিছ দাস অধিনায়ক আৰু চাহিল জৈন উপ-অধিনায়ক। ১৪ নৱেম্বৰৰ পৰা চণ্ডীগড়ত আৰম্ভ হ’ব প্ৰতি…
দ্বিতীয় এদিনীয়াত নিউজিলেণ্ডক ১৩৪ ৰানত অলআউট কৰাৰ পাছত ডিএলএছ পদ্ধতিত ৪ ৰানত জয়ী হয় ভাৰত। শ্ৰেয়াছ আয়াৰে ৩০ আৰু কে এল ৰাহুলে অপৰাজিত ২৬…
টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা ভাৰতীয় বেগী বলাৰ মহম্মদ ছামিৰ। ১৩ বছৰীয়া টেষ্ট কেৰিয়াৰত ৬৪খন মেচ খেলি ২২৯টা উইকেট দখল। ২০১৩ চনৰ ৬ নৱেম্বৰত…
২০২৬-২৭ বৰ্ষৰ ছৈয়দ মুস্তাক আলী ট্ৰফীৰ প্ৰথম দুখন মেচৰ বাবে বিহাৰ দলৰ অধিনায়ক নিযুক্ত হৈছে বৈভৱ সূৰ্যবংশী। বিহাৰ ক্ৰিকেট এছ’চিয়েচনে ১৭ জনী…
এচিচি অনূৰ্ধ্ব-১৯ এছিয়া কাপৰ প্ৰথম মেচত নেপালক ১০ উইকেটৰ ব্যৱধানত পৰাস্ত কৰে ভাৰতে। পৰৱৰ্তী মেচ পাকিস্তানৰ বিৰুদ্ধে।
আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা অৱসৰৰ ঘোষণা ক্ৰিষ্টিয়ানো ৰোনাল্ডোৰ। নৱেম্বৰৰ আন্তঃৰাষ্ট্ৰীয় বিৰতিৰ পিছত পৰ্তুগালৰ ৭ নম্বৰ জাৰ্ছী এৰিব।
নিউজিলেণ্ডৰ বিৰুদ্ধে ৭৪ ৰানৰ ইনিংছৰ সময়ত বিৰাট কোহলীয়ে ODIত লক্ষ্য অনুসৰণ কৰি সৰ্বাধিক ৰান সংগ্ৰহৰ ক্ষেত্ৰত শচীন তেণ্ডুলকাৰৰ অভিলেখ অতিক্ৰ…
বৰষুণে বিঘ্নিত প্ৰথম এদিনীয়াত নিউজিলেণ্ডক ৫ উইকেটত পৰাস্ত কৰিলে ভাৰতে।
অষ্ট্ৰেলিয়াৰ অলৰাউণ্ডাৰ গ্লেন মেক্সৱেলে ১৪ বছৰীয়া আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰৰ সামৰণি ঘটাই অৱসৰ ঘোষণা কৰিছে।