উত্তৰ-পূৰ্বাঞ্চল

পাছিঘাটত উত্তপ্ত পৰিস্থিতি: আৰক্ষী থানাত অগ্নিসংযোগ, জ্বলাই দিয়া হ’ল ৭–৮খন আৰক্ষীৰ বাহন

পাছিঘাটত আৰক্ষী থানা আৰু NHPC কাৰ্যালয়ত অগ্নিসংযোগৰ লগতে কেইবাখনো আৰক্ষীৰ বাহন জ্বলাই দিয়াৰ অভিযোগ উঠিছে। ছিয়াং জলবিদ্যুৎ প্ৰকল্পৰ বিৰোধিতাত হোৱা প্ৰতিবাদৰ মাজতে পৰিস্থিতি উত্তপ্ত হৈ পৰে। ঘটনাৰ তদন্ত অব্যাহত আছে।