শেহতীয়া খবৰ

NewzNow-ৰ সকলো শেহতীয়া খবৰ, সময় অনুসৰি।

দেশ

ছিক্কিম সীমান্তত জোৱানৰ সৈতে দীপাৱলী উদযাপন কৰিলে ৰাজনাথ সিঙে

ছিক্কিম শেৰাথাঙত ভাৰত-চীন সীমান্তত মোতায়েন জোৱানসকলৰ সৈতে দীপাৱলী উদযাপন কৰে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে।

  1. দেশ

    টেঙাখাতত অগ্নিকাণ্ড: অইলৰ ৪ কৰ্মচাৰী নিলম্বিত, মৃতৰ সংখ্যা ৪জনলৈ

    ডিব্ৰুগড়ৰ টেঙাখাতস্থিত অইলৰ মধ্যৱৰ্তী টেংক ফাৰ্মত সংঘটিত অগ্নিকাণ্ডত মৃতৰ সংখ্যা ৪জনলৈ বৃদ্ধি পাইছে। ঘটনাটোৰ তদন্তৰ স্বাৰ্থত অইলৰ ৪জন কৰ্মচ…

  2. অসম

    বাংলাদেশ সীমান্তত বেৰ নিৰ্মাণ: ভূমি-সমস্যা সমাধানৰ বাবে কেন্দ্ৰক মেঘালয়ৰ অনুৰোধ

    বেৰৰ সিপাৰে পৰি যোৱা ব্যক্তিগত কৃষিভূমি ব্যৱহাৰৰ অনুপযোগী হৈ পৰাৰ আশংকাত ক্ষতিগ্ৰস্ত ভূমিৰ গৰাকীয়ে ভূমি অধিগ্ৰহণ আৰু ক্ষতিপূৰণৰ দাবী জনাইছে…

  3. দেশ

    মোদী হতাশ, ‘টালি-টোপোলা বন্ধাৰ সময়’ ওচৰ চাপিছে: কংগ্ৰেছ

    ‘দিমাগী নক্সাল’ মন্তব্যক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক তীব্ৰ কটাক্ষ কংগ্ৰেছৰ। জয়ৰাম ৰমেশে কয়, প্ৰধানমন্ত্ৰী হতাশ, অস্থিৰ আৰু ব্যাকুল হৈ…

  4. অসম

    উজনিত পুনৰ আৰম্ভ কয়লা ছিণ্ডিকেট; খাৰচাঙৰ পৰা আহিছে অবৈধ কয়লা: অখিল

    মেঘালয়ৰ পৰা নাগালেণ্ডলৈ অবৈধ কয়লা সৰবৰাহ চলি থকাৰ অভিযোগ তুলি ট্ৰাক জব্দৰ দাবী জনালে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে।

  5. অসম

    দিখৌ দলঙত উইংগাৰৰ খুন্দা, পালছাৰ বাইক ৫০ মিটাৰ চোঁচৰাই লৈ যায়

    শিৱসাগৰৰ দিখৌ দলঙত এখন উইংগাৰ বাহনে তিনিখন বাইকত খুন্দা মৰাৰ অভিযোগ উঠিছে। চালকজনে সুৰাপান কৰি বাহন চলাইছিল বুলি স্থানীয় লোকৰ অভিযোগ।

  6. অসম

    উত্তৰ লখিমপুৰত যুৱ উদ্যোগীৰ মৃতদেহ উদ্ধাৰ, তদন্ত অব্যাহত

    উত্তৰ লখিমপুৰৰ ভাড়াঘৰত ইউফ'ৰিয়া ইউনিছেক্স ছেলুনৰ স্বত্বাধিকাৰী তন্ময় জ্যোতি দত্ত ফুকনৰ মৃতদেহ উদ্ধাৰ হৈছে। পৰিয়ালৰ এজাহাৰৰ ভিত্তিত আৰক্ষ…

  7. অসম

    বিদ্যুৎ মাচুল বৃদ্ধি প্ৰত্যাহাৰৰ দাবীত চুতীয়া যুৱ সন্মিলনৰ প্ৰতিবাদ

    বিদ্যুৎ মাচুল বৃদ্ধি সাধাৰণ গ্ৰাহকৰ ওপৰত অতিৰিক্ত আৰ্থিক বোজা বুলি অভিহিত কৰি সিদ্ধান্ত প্ৰত্যাহাৰৰ দাবী জনাইছে চুতীয়া যুৱ সন্মিলন অসমে।

  8. অসম

    বিলাসীপাৰাৰ ডুবাচৰিত গছৰ ডাল বাগৰি ট’ট’ চালকৰ মৃত্যু

    বিলাসীপাৰাৰ ডুবাচৰি দ্বিতীয় খণ্ড গাঁৱত গছৰ ডাল কাটি থকাৰ সময়ত চলন্ত ট’ট’ৰ ওপৰত ডাল বাগৰি পৰি চালক কহিনূৰ ইছলামৰ মৃত্যু হয়।

  9. অসম

    বৰাকবাসীক লৈ বিতৰ্কিত মন্তব্যঃ আটক প্ৰাণধন হাজৰিকা

    বৰাকৰ বঙালী লোকসকলক বাংলাদেশী বুলি মন্তব্য কৰাৰ অভিযোগত শ্ৰীভূমিৰ প্ৰাণধন হাজৰিকাক গ্ৰেপ্তাৰ কৰা হৈছে। তেওঁৰ বিৰুদ্ধে বৰাকত এজাহাৰ দাখিল কৰা…

  10. অসম

    ৩ দিনতে ৩৭৫ কোটিৰ ব্যৱসায় ‘ৰামায়ণ’ৰ! শনিবাৰে উপাৰ্জন ১৮২ কোটিৰো অধিক

    মুক্তিৰ তিনিদিনতে ‘ৰামায়ণ: পাৰ্ট ৱান’ৰ বিশ্বজুৰি উপাৰ্জন ৩৭৫.৫০ কোটি টকা। শনিবাৰে ভাৰতত ছবিখনে ৬৯.৮০ কোটি টকাৰ নেট উপাৰ্জন কৰে।

  11. অসম

    গুৱাহাটীত কোক প্ৰতিষ্ঠানত জিএছটিৰ তালাচীৰ চতুৰ্থ দিন

    ভুৱা ইনপুট টেক্স ক্ৰেডিট লোৱাৰ সন্দেহত মা কামাখ্যা কোক ইণ্ডাষ্ট্ৰিজত জিএছটিৰ তালাচী অভিযান অব্যাহত আছে। দুজন স্বত্বাধিকাৰীয়ে তদন্তত সহযোগ ন…

  12. ৰাজনীতি

    লালকৃষ্ণ আদৱানীৰ ১০০সংখ্যক জন্মদিন, বিজেপিৰ বিশেষ পূজা-অৰ্চনা আৰু হোম

    লালকৃষ্ণ আদৱানীৰ ১০০সংখ্যক জন্মদিন উপলক্ষে নতুন দিল্লীস্থিত বিজেপিৰ কেন্দ্ৰীয় কাৰ্যালয়ত বিশেষ পূজা-অৰ্চনা আৰু হোমৰ আয়োজন কৰা হয়।

  13. দেশ

    ‘নেহৰুৰ দিনতেই কংগ্ৰেছে ভোট চুৰি কৰিছিল,নহ'লে নেহৰুৰ সলনি পেটেল প্ৰধানমন্ত্ৰী হ’লহেঁতেন’— বিজুলী কলিতা মেধি

    ১৯৪৬ চনৰ নেহৰু-পেটেলৰ নেতৃত্বৰ প্ৰসংগ উত্থাপন কৰি কংগ্ৰেছৰ বিৰুদ্ধে ভোট চুৰিৰ অভিযোগ তুলিছে বিজেপি সাংসদ বিজুলী কলিতা মেধিয়ে। তেওঁৰ মতে, কং…

  14. অসম

    হাতীৰ আক্ৰমণত নিহতৰ পৰিয়াললৈ ৮ লাখ টকাৰ ক্ষতিপূৰণৰ পৰিকল্পনা

    বনৰীয়া হাতীৰ আক্ৰমণত নিহত লোকৰ পৰিয়াললৈ ৮ লাখ টকাৰ ক্ষতিপূৰণ আগবঢ়োৱাৰ পৰিকল্পনা কৰিছে অসম চৰকাৰে। তামুলপুৰ বনাঞ্চলত ১৪০ জন গজ মিত্ৰ মোতায…

  15. অসম

    হাছিনাৰ প্ৰত্যৰ্পণ লাগে বাংলাদেশক

    ভাৰতৰ ওচৰত শ্বেখ হাছিনাক প্ৰত্যৰ্পণৰ আবেদন জনাইছে বাংলাদেশে। আইনমন্ত্ৰী এম ডি আছাদুজ্জামানে আইনী প্ৰক্ৰিয়াৰে পদক্ষেপ লোৱাৰ কথা জনায়।

  16. আন্তঃৰাষ্ট্ৰীয়

    জাপানত ৫.৭ প্ৰাবল্যৰ ভূমিকম্প, ২২ৰো অধিক লোক আহত

    শিজুওকা প্ৰিফেকচাৰৰ পশ্চিম অংশত ৫.৭ প্ৰাবল্যৰ ভূমিকম্পত ২২ৰো অধিক লোক আহত হৈছে। কোনো সুনামি সতৰ্কবাণী জাৰি কৰা হোৱা নাই।

  17. অসম

    শিৱসাগৰত একে পাত্ৰত ১৩ মাহৰো অধিক কাল জীয়াই আছে মাছ

    শিৱসাগৰৰ এখন গাঁৱত একেটা পাত্ৰত একেখিনি পানীত ১৩ মাহৰো অধিক কাল ধৰি এটা মাছ জীয়াই থকাক লৈ চৰ্চা চলিছে। জুবিন গাৰ্গৰ গীত বাজিলেই মাছটো স্থিৰ…

  18. ৰাজনীতি

    জ্ঞানেশ কুমাৰক অপসাৰণ নকৰালৈকে আন্দোলন চলিব: বেণুগোপাল

    মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰক অপসাৰণ আৰু নিৰ্বাচনী ব্যৱস্থা নিৰপেক্ষ তথা স্বচ্ছ কৰাৰ দাবীত কংগ্ৰেছৰ আন্দোলন অব্যাহত থাকিব বুলি কৈছে…

  19. আন্তঃৰাষ্ট্ৰীয়

    নেতান্যাহুক বিদায়! ইজৰাইলত নতুন চৰকাৰ গঠনৰ বাবে গাডি আইজেনকটক আহ্বান ৰাষ্ট্ৰপতিৰ

    ইজৰাইলৰ ৰাষ্ট্ৰপতি আইজাক হাৰ্জগে নেতান্যাহুৰ প্ৰতিদ্বন্দ্বী গাডি আইজেনকটক নতুন চৰকাৰ গঠনৰ প্ৰথম সুযোগ দিছে।