২০,৭৩৬ কোটি টকাৰ হিচাপ নাই অসম চৰকাৰৰ! ৬,৫৪৫টা ব্যৱহাৰ প্ৰমাণপত্ৰক লৈ CAGৰ কঠোৰ প্ৰশ্ন
CAGৰ ২০২৪-২৫ বিত্তীয় বৰ্ষৰ প্ৰতিবেদন অনুসৰি, ৩১ মাৰ্চ ২০২৫লৈ অসম চৰকাৰৰ ৬,৫৪৫টা ব্যৱহাৰ প্ৰমাণপত্ৰৰ বিপৰীতে ২০,৭৩৬.০৯ কোটি টকাৰ হিচাপ বাকী আছিল। ইয়াৰ উপৰি ৩৯টা বিভাগৰ ৭৫৩.৬১ কোটি টকাৰ অগ্ৰিম ধনৰ হিচাপ, ৭৫টা চৰকাৰী সংস্…