দেশ

  1. গুজৰাটত ভয়ংকৰ পথ দুৰ্ঘটনা: সেনা জোৱানৰ পৰিয়ালৰ তিনিটা শিশুকে ধৰি ৭ জনৰ কৰুণ মৃত্যু

    গুজৰাটৰ কচ্ছ জিলাত ট্ৰাক আৰু গাড়ীৰ মুখামুখি সংঘৰ্ষত সেনা জোৱানৰ পৰিয়ালৰ ৭ জন সদস্য নিহত হৈছে। নিহতসকলৰ মাজত তিনিটা শিশুও আছে।

  2. পুনেত পৌৰ নিগমৰ উচ্ছেদ অভিযান: একেৰাহে চতুৰ্থ দিনাও অবৈধ নিৰ্মাণৰ বিৰুদ্ধে ব্যৱস্থা

    মহাৰাষ্ট্ৰৰ পুনে চহৰত অবৈধ বেদখল আৰু অননুমোদিত নিৰ্মাণৰ বিৰুদ্ধে পুনে পৌৰ নিগমে চলোৱা উচ্ছেদ অভিযান একেৰাহে চতুৰ্থ দিনাও অব্যাহত আছে।

  3. টিপু জয়ন্তী চৰকাৰীভাৱে উদযাপনৰ দাবী, পাঠ্যপুথিত পুনৰ অন্তৰ্ভুক্তিৰ আহ্বান বংশধৰৰ

    টিপু চুলতান সম্পৰ্কীয় পাঠ পুনৰ পাঠ্যপুথিত অন্তৰ্ভুক্ত কৰাৰ লগতে চৰকাৰীভাৱে টিপু জয়ন্তী উদযাপনৰ দাবী জনাইছে তেওঁৰ বংশধৰ মনচুৰ আলী টিপুৱে।

  4. উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ সলনি সাংসদ আছাদুদ্দিন ওৱেইছিক গাৰ্ড অৱ অনাৰ আৰক্ষীৰ, তদন্তৰ নিৰ্দেশ

    উত্তৰ প্ৰদেশৰ ছাহাৰানপুৰত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ পৰিৱৰ্তে এআইএমআইএমৰ মুৰব্বী আছাদুদ্দিন ওৱেইছিক ভুলবশতঃ গাৰ্ড অৱ অনাৰ জনালে আৰক্ষীয়…

  5. ‘কিং’ৰ গেৰুৱা সাজৰ দৃশ্য আঁতৰোৱাৰ দাবী ৰবি নেগীৰ

    ‘তু মিল যায়ে’ গীতত দীপিকা পাডুকনৰ গেৰুৱা সাজক লৈ আপত্তি প্ৰকাশ কৰি ছবিখন বয়কটৰ হুংকাৰ দিছে দিল্লীৰ বিজেপি বিধায়ক ৰবি নেগীয়ে।

  6. কাশ্মীৰ উপত্যকাত এতিয়া এজনো স্থানীয় সন্ত্ৰাসবাদী সক্ৰিয় হৈ থকা নাই: অমিত শ্বাহ

    কাশ্মীৰ উপত্যকাত এতিয়া কোনো স্থানীয় সন্ত্ৰাসবাদী সক্ৰিয় হৈ থকা নাই বুলি দাবী কৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে।

  7. উত্তৰাখণ্ডৰ পৈতৃক গাঁৱত মাতৃক শেষ বিদায় জনালে যোগী আদিত্যনাথে

    উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে উত্তৰাখণ্ডৰ পৌড়ী গড়ৱাল জিলাৰ পৈতৃক গাঁও পঞ্চুৰত মাতৃ সাবিত্ৰী দেৱীক শেষ শ্ৰদ্ধা জনায়।

  8. ৰাহুল গান্ধীৰ মন্তব্যৰ প্ৰত্যুত্তৰত কিৰেণ ৰিজিজুৰ চাৰিটা প্ৰশ্ন: ১৯৬২ চনৰ যুদ্ধ আৰু দৰিদ্ৰতাক লৈ কংগ্ৰেছক আক্ৰমণ

    প্ৰধানমন্ত্ৰীক কটাক্ষ কৰা ৰাহুল গান্ধীক প্ৰত্যুত্তৰ দি কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱে কংগ্ৰেছক ১৯৬২ চনৰ যুদ্ধ আৰু দেশৰ অৰ্থনীতিক লৈ চাৰিট…

  9. মণিপুৰৰ চান্দেলত বিষাক্ত সুৰা সেৱন কৰি ১১ জনৰ মৃত্যু, শতাধিক চিকিৎসাধীন

    মণিপুৰৰ চান্দেল জিলাত বিষাক্ত সুৰা সেৱন কৰি ১১ জন লোকৰ মৃত্যু হোৱাৰ লগতে প্ৰায় ১৮০ জন চিকিৎসালয়ত ভৰ্তি হৈছে। প্ৰশাসনে সতৰ্কবাণী জাৰি কৰিছে…

  10. ৰোহিংগীয়াসকলৰ নিৰাপদ আৰু শীঘ্ৰে ম্যানমাৰলৈ প্ৰত্যাৱৰ্তনৰ পোষকতা ভাৰতৰ; ICJৰ ৰায়ৰ পাছতে স্থিতি স্পষ্ট নতুন দিল্লীৰ

    আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়ৰ ৰায়ৰ পাছতে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে ৰোহিংগীয়াসকলক ম্যানমাৰলৈ নিৰাপদে উভতাই পঠোৱাৰ সমৰ্থন পুনৰ ব্যক্ত…

  11. স্পাইচজেটলৈ ডিজিচিএৰ কাৰণ দৰ্শোৱাৰ জাননী, বিমান বাতিল আৰু পৰিচালনাগত বিসংগতিক লৈ সাত দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

    বিমান বাতিল, উৰণত বিলম্ব আৰু পৰিচালনাগত বিসংগতিক লৈ স্পাইচজেটক সাত দিনৰ ভিতৰত উত্তৰ দাখিল কৰিবলৈ নিৰ্দেশ দিছে ডিজিচিএই।

  12. নিকট ৰক্ত-সম্পৰ্কীয় বিবাহ সন্দৰ্ভত আইন প্ৰণয়নৰ প্ৰয়োজনীয়তা বিবেচনাৰ বাবে কেন্দ্ৰৰ জবাব বিচাৰিলে সৰ্বোচ্চ ন্যায়ালয়ে

    নিকট ৰক্ত-সম্পৰ্কীয় লোকৰ মাজত বিবাহ সন্দৰ্ভত উপযুক্ত আইন প্ৰণয়নৰ প্ৰয়োজনীয়তা আছে নে নাই, সেয়া বিবেচনা কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ জবাব বিচ…

  13. যোগী আদিত্যনাথৰ মাতৃ সাবিত্ৰী দেৱীৰ দেহাৱসান

    উত্তৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ মাতৃ সাবিত্ৰী দেৱীৰ ৯১ বছৰ বয়সত মৃত্যু হৈছে। উত্তৰাখণ্ডৰ পাঞ্চুৰ গাঁৱৰ পৈতৃক বাসগৃহত শুকুৰবাৰে পু…

  14. বিয়াৰ ভোজত মাংসৰ টুকুৰাক লৈ মহাৰণ! দৰা-কইনা পক্ষৰ মাজত প্ৰচণ্ড মাৰপিট

    উত্তৰ প্ৰদেশৰ বুলন্দচহৰত বিয়াৰ ভোজত মাংসৰ টুকুৰাৰ পৰিমাণক লৈ দৰা-কইনা পক্ষৰ সংঘৰ্ষত মহিলা-শিশুসহ কেইবাজনো লোক আহত হৈছে।

  15. হৰমুজ প্ৰণালীৰ পশ্চিমত ৯খন ভাৰতীয় স্বাৰ্থসম্পৃক্ত জাহাজৰ নিৰাপত্তা পৰ্যালোচনা সোণোৱালৰ

    বাণিজ্যিক জাহাজৰ ওপৰত সংঘটিত পুনৰাবৃত্ত আক্ৰমণক তীব্ৰ গৰিহণা দি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে হৰমুজ প্ৰণালীৰ পশ্চিমে থকা ৯খন ভাৰতীয়…

  16. ২০২৭ চনৰ আৰম্ভণিতে ইৰাণত আক্ৰমণৰ সিদ্ধান্ত ল’ব ট্ৰাম্পে!

    ইৰাণৰ বিৰুদ্ধে পুনৰ সামৰিক আক্ৰমণ চলোৱাৰ সিদ্ধান্ত ২০২৭ চনৰ আৰম্ভণিৰ পিছতহে ল’ব বুলি জনাইছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে।

  17. দিল্লীত AAP যুৱ মৰ্চাৰ জিলা সভাপতিৰ কাৰ্যালয়ত দুৰ্বৃত্তৰ গুলীচালনা

    দিল্লীৰ শ্বাহদৰাত আম আদমী পাৰ্টী চমুকৈ আপৰ যুৱ মৰ্চাৰ জিলা সভাপতি অভিষেক ধিংগানৰ কাৰ্যালয়লৈ লক্ষ্য কৰি দুৰ্বৃত্তই ৬টাকৈ গুলী চলায়।

  18. আৰিয়িল শুকুৰ হত্যা গোচৰ: পি জয়ৰাজন, টি ভি ৰাজেশসহ ১৮জনক অভিযোগ মুক্ত

    ২০১২ চনৰ আৰিয়িল আব্দুল শুকুৰ হত্যা গোচৰত কেৰালাৰ বিশেষ চিবিআই আদালতে চিপিআই(এম)ৰ দুই নেতাসহ ১৮জনক অভিযোগমুক্ত কৰিছে।

  19. সিন্ধু জল চুক্তি প্ৰসংগত পাকিস্তানৰ ‘অপপ্ৰচাৰ’ৰ অভিযোগ ভাৰতৰ

    ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ এক অনানুষ্ঠানিক বৈঠকত সিন্ধু জল চুক্তিৰ প্ৰসংগ উত্থাপনক লৈ পাকিস্তানক সমালোচনা কৰে ভাৰতৰ স্থায়ী প্ৰতিনিধি পাৰ্…