অসম
কংগ্ৰেছৰ আত্মজীৱনীমূলক কিতাপ পঢ়িলেও পাপ লাগিবঃ ভৱেশ কলিতা
ৰঙিয়াৰ বিধায়ক ভৱেশ কলিতাই কংগ্ৰেছক দেশ ধ্বংসকাৰী আখ্যা দি দলটোৰ বিৰুদ্ধে তীব্ৰ সমালোচনা কৰিছে।
গুৰুত্বপূৰ্ণ খবৰ ফোন বা কম্পিউটাৰত পোনপটীয়াকৈ পাওক।
কামৰূপ
মইনুল হক ৰঙিয়াৰ এগৰাকী অভিজ্ঞ সংবাদকৰ্মী। তেওঁ পূৰ্বে DY365 নিউজ চেনেলত ৰঙিয়াৰ পৰা কেমেৰাপাৰ্ছন হিচাপে কাম কৰিছিল। বৰ্তমান তেওঁ নিউজনাওৰ সৈতে জড়িত হৈ ৰঙিয়া আৰু ইয়াৰ আশে-পাশে অঞ্চলৰ বিভিন্ন খবৰ সংগ্ৰহ কৰি সংবাদ প্ৰেৰণ কৰি আহিছে।
ৰঙিয়াৰ বিধায়ক ভৱেশ কলিতাই কংগ্ৰেছক দেশ ধ্বংসকাৰী আখ্যা দি দলটোৰ বিৰুদ্ধে তীব্ৰ সমালোচনা কৰিছে।