ত্ৰিপুৰাৰ পৌৰ নিৰ্বাচনত পুৱা ৯ বজালৈ ১৮ শতাংশ ভোটদান, বুথ দখলৰ অভিযোগ মাণিক সৰকাৰৰ
ত্ৰিপুৰাৰ ১৬টা নগৰীয়া সংস্থাত পুৱা ৯ বজালৈ ১৮ শতাংশ ভোটদান সাব্যস্ত হয়। শাসকীয় বিজেপিৰ বিৰুদ্ধে বুথ দখলৰ অভিযোগ তুলিছে প্ৰাক্তন মুখ্যমন্ত্ৰী মাণিক সৰকাৰে।
গুৰুত্বপূৰ্ণ খবৰ ফোন বা কম্পিউটাৰত পোনপটীয়াকৈ পাওক।