নাছিদুৰ ৰহমান

নাছিদুৰ ৰহমান

মৰিগাঁও

নাছিদুৰ ৰহমান মৰিগাঁও জিলাৰ মৈৰাবাৰীৰ এগৰাকী সংবাদদাতা। তেওঁ ২০২১ চনৰ পৰা নিউজনাওৰ সৈতে জড়িত হৈ মৈৰাবাৰী, লাহৰীঘাট আৰু দাঁতিকাষৰীয়া অঞ্চলৰ সামাজিক, ৰাজনৈতিক তথা স্থানীয় বিষয়ৰ বাতৰি সংগ্ৰহ কৰি আহিছে।

নাছিদুৰ ৰহমান-ৰ খবৰ

  1. অসম

    মুখ্যমন্ত্ৰীৰ ফেচবুক পোষ্টক লৈ পাৰলিগুৰী-খলপীয়াত আনন্দ

    দীৰ্ঘদিন ধৰি জৰাজীৰ্ণ হৈ থকা পথটোৰ সমস্যা মুখ্যমন্ত্ৰীৰ দৃষ্টিগোচৰ হোৱাৰ পিছত শিলপুখুৰী গাঁও পঞ্চায়ত এলেকাত আশাৰ সঞ্চাৰ হৈছে।