অসম
জাগুনত আৰক্ষীৰ বৃহৎ সফলতা! ৩১৮.৮৮ গ্ৰাম নিষিদ্ধ ড্ৰাগছসহ অৰুণাচলৰ এজন সৰবৰাহকাৰী আটক
তিনিচুকীয়াৰ জাগুনত লেখাপানী আৰু জাগুন আৰক্ষীৰ যুটীয়া অভিযানত ৩১৮.৮৮ গ্ৰাম নিষিদ্ধ ড্ৰাগছসহ অৰুণাচল প্ৰদেশৰ চন্দ্ৰ তামাং নামৰ এজন ব্যক্তিক আটক কৰে। ২৫টা চাবোনৰ বাকচত সৰবৰাহ কৰা ড্ৰাগছখিনিৰ আনুমানিক বজাৰ মূল্য প্ৰায় ৬৩…