অসম
মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশ: জাগুনত আইন উলংঘাকাৰী বাহনৰ বিৰুদ্ধে তীব্ৰ অভিযান বহু যান-বাহন জব্দ।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ নিৰ্দেশৰ পাছতে পথ দুৰ্ঘটনা ৰোধ আৰু যান-বাহন আইন উলংঘাকাৰীৰ বিৰুদ্ধে জাগুনত পৰিবহণ বিভাগৰ তীব্ৰ অভিযান, জব্দ কৰা হৈছে বহু যান-বাহন। হেলমেটবিহীন চালক, অভাৰলোডিং আৰু যান-বাহনৰ নিয়ম উলংঘ…