অসম
'আপুনি ভুল চাৰ্জশ্বিট দিছে আপুনি চাৰ্জশ্বিটৰ কাগজৰ টোপোলা এসোপা দিছে'; মুখ্যমন্ত্ৰীৰ মন্তব্যৰ প্ৰতিক্ৰিয়া অখিলৰ
মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি নতুনকৈ অতিৰিক্ত চাৰ্জশ্বিট দিব লাগিব। আপুনি ভুল চাৰ্জশ্বিট দিছে আপুনি চাৰ্জশ্বিটৰ কাগজৰ টোপোলা এসোপা দিছে.....আপুনি আগতীয়াকৈ নিজকে বচাবলৈ আজি প্ৰেছমিট দিছিল। যদি ৩০ তাৰিখে শ্যামকানু-সিদ্ধার্থই…