অসম
বৰ্ণাঢ্য কাৰ্যসূচীৰে বাক্সা জিলাৰ ২৩সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন, মুছলপুৰত উখল-মাখল পৰিৱেশ
আজি বাক্সা জিলাৰ ২৩সংখ্যক জিলা দিৱস। মুছলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত জিলা প্ৰশাসনৰ উদ্যোগত দিনজোৰা কাৰ্যসূচীৰে দিৱসটো উদযাপন কৰা হৈছে। ‘সুস্থ বাক্সা’ সমদল, স্বাক্ষৰ অভিযান, বৃক্ষৰোপণ, বিভিন্ন প্ৰতিযোগিতা আৰু…