অসম
মুকালমুৱাত লহৰকাটা ফুটবল একাডেমীৰ দিৱা-নৈশ প্ৰতিযোগিতা আৰম্ভ
মুকালমুৱাত লহৰকাটা যুৱ সংঘ আৰু ফুটবল একাডেমীৰ সহযোগত দিৱা-নৈশ ফুটবল প্ৰতিযোগিতা আৰম্ভ হৈছে। প্ৰতিযোগিতাত ১১টা দল অংশ লৈছে আৰু সৰ্বশ্ৰেষ্ঠ খেলুৱৈকে ধৰি কেইবাটাও শাখাত বিশেষ পুৰস্কাৰ ঘোষণা কৰা হৈছে।