হাইলাকান্দি

হাইলাকান্দি জিলাৰ শেহতীয়া খবৰ

  1. অসম

    কৃষক পঞ্জীয়নত গাফিলতি! নিলম্বিত হাইলাকান্দিৰ জিলা কৃষি বিষয়া

    হাইলাকান্দি কৃষি বিভাগত আৰু কঠোৰ প্ৰশাসনিক ব্যৱস্থা। পাঁচগৰাকী কৃষি উন্নয়ন বিষয়াৰ পিছত নিলম্বিত হ'ল জিলা কৃষি বিষয়া মনোজ কুমাৰ বৈশ্য।