অসম
আতচবাজীৰ ক্ষেত্ৰত কঠোৰ নিয়মৰ মাজতে শিলচৰত কালীপূজা-দীপাৱলীৰ প্ৰস্তুতি
কালীপূজা আৰু দীপাৱলী উপলক্ষে শিলচৰকে ধৰি কাছাৰ জিলাৰ বজাৰত বৃদ্ধি পাইছে ভিৰ। কেৱল অনুমোদিত সেউজীয়া আতচবাজী বিক্ৰী আৰু ব্যৱহাৰৰ অনুমতি দিয়া হৈছে।
গুৰুত্বপূৰ্ণ খবৰ ফোন বা কম্পিউটাৰত পোনপটীয়াকৈ পাওক।
কাছাৰ জিলাৰ শেহতীয়া খবৰ
কালীপূজা আৰু দীপাৱলী উপলক্ষে শিলচৰকে ধৰি কাছাৰ জিলাৰ বজাৰত বৃদ্ধি পাইছে ভিৰ। কেৱল অনুমোদিত সেউজীয়া আতচবাজী বিক্ৰী আৰু ব্যৱহাৰৰ অনুমতি দিয়া হৈছে।
অসম বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ সুদীপ্ত নাথে ‘ৰামায়ণ’ ছবিখনৰ প্ৰায় ৯০টা ডিজিটেল চৰিত্ৰ আৰু উপাদানৰ টেক্সচাৰিং কামত মুখ্য ভূমিকা পালন কৰ…
কন্যাই ইছলাম ধৰ্ম গ্ৰহণ কৰি দ্বিতীয়বাৰ বিবাহ কৰাৰ খবৰ পোৱাৰ পিছতে শিলচৰৰ পঞ্চানন শিৱবাৰীত পিণ্ডদান কৰে বিনয় শৰ্মাই।
কাছাৰৰ বালাছড়া টোলগেটত অভিযান চলাই ৪৭ হাজাৰ বটল কফ ছিৰাপ জব্দ কৰিছে বৰখলা আৰক্ষীয়ে। চেনিৰ বস্তাৰ আঁৰত ৪৭০টা কাৰ্টনত ছিৰাপখিনি লুকুৱাই অনা…