নলেগলে লগা বন্ধুৱেই হত্যা কৰিলে বন্ধুক! আশ্ৰাফুল হত্যাকাণ্ডত ৩ অভিযুক্তক গ্ৰেপ্তাৰ
মৰিগাঁৱৰ দলবাৰীৰ আশ্ৰাফুল ইছলাম হত্যাকাণ্ডৰ অভিযোগত জাগীৰোড আৰক্ষীয়ে তিনিজন লোকক গ্ৰেপ্তাৰ কৰিছে। ঘটনাটোৰ তদন্ত অব্যাহত আছে।
গুৰুত্বপূৰ্ণ খবৰ ফোন বা কম্পিউটাৰত পোনপটীয়াকৈ পাওক।
মৰিগাঁও জিলাৰ শেহতীয়া খবৰ
মৰিগাঁৱৰ দলবাৰীৰ আশ্ৰাফুল ইছলাম হত্যাকাণ্ডৰ অভিযোগত জাগীৰোড আৰক্ষীয়ে তিনিজন লোকক গ্ৰেপ্তাৰ কৰিছে। ঘটনাটোৰ তদন্ত অব্যাহত আছে।
জাগীৰোডৰ মনহাতত পথৰ কাষৰ দ খাৱৈত পৰি থকা ছুইফ্ট বাহনৰ ভিতৰত চালক আশ্ৰাফুল ইছলামৰ মৃতদেহ উদ্ধাৰ হৈছে। পৰিয়ালে হত্যাৰ অভিযোগ উত্থাপন কৰিছে।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ ফোন টেপ কৰাইছে বুলি অভিযোগ উত্থাপন কৰি মুখামুখি ৰাজহুৱা বিতৰ্কৰ প্ৰত্যাহ্বান জনাইছে ৰাহুল গান্ধীয়ে।
ছুহেইল আহমদ ভাটৰ পেনাল্টি গ'ল আৰু প্ৰিয়াংশ ডুবেৰ শেষ মুহূৰ্তৰ কেইবাটাও গুৰুত্বপূৰ্ণ ৰক্ষণেৰে মালদ্বীপক ১-০ গ'লত হৰুৱাই ছাফ চেম্পিয়নশ্বিপৰ…
সোণাপুৰত নিশা বাইক আৰু নম্বৰপ্লেটবিহীন ট্ৰেক্টৰৰ সংঘৰ্ষত দুজন বাইক আৰোহী গুৰুতৰভাৱে আহত হৈছে। এজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।
মৈৰাবাৰী, লাহৰিঘাট, ভূৰাগাঁও আৰু হাহচৰা অঞ্চলত অবৈধ কাৰ্যকলাপ বন্ধৰ দাবীত মুছলিম ছাত্ৰ সন্থাই মৰিগাঁও জিলা প্ৰশাসনক স্মাৰক-পত্ৰ প্ৰদান ।
ধুমুহা-বৰষুণৰ মাজতে গোৱালপাৰা, চাপৰ আৰু মৰিগাঁৱত বজ্ৰপাতত তিনিজনৰ মৃত্যু হৈছে। মৰিগাঁৱত এগৰাকী মহিলা আহত হৈছে।
দীৰ্ঘদিন ধৰি জৰাজীৰ্ণ হৈ থকা পথটোৰ সমস্যা মুখ্যমন্ত্ৰীৰ দৃষ্টিগোচৰ হোৱাৰ পিছত শিলপুখুৰী গাঁও পঞ্চায়ত এলেকাত আশাৰ সঞ্চাৰ হৈছে।
আৰক্ষীয়ে হিন্দু-মুছলমানৰ ধৰ্মীয় পৰিচয় চাই গুলীচালনা নকৰে বুলি দাবী কৰি কংগ্ৰেছক অপপ্ৰচাৰৰ অভিযোগেৰে সমালোচনা কৰে মুখ্যমন্ত্ৰীয়ে।
মৰিগাঁও আৰু দৰং জিলাৰ মাজত ব্ৰহ্মপুত্ৰৰ ওপৰত দলং নিৰ্মাণৰ আশ্বাস মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ। লাহৰীঘাটৰ বিজয়ী উৎসৱত অঞ্চলটোৰ গুৰুত্…
অসমত পুনৰ বৃহৎ উচ্ছেদ অভিযানৰ ইংগিত দিছে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। এইবাৰ ধৰ্মীয় পৰিচয় নিৰ্বিশেষে হিন্দু বেদখলকাৰীৰ বিৰুদ্ধেও ব্…
আইবিবিআইৰ পঞ্জীয়নভুক্ত মূল্য নিৰ্ধাৰক পৰীক্ষাত ৯১ শতাংশ নম্বৰ লাভ কৰা ৱাছিম আক্ৰামক গুৰুগ্ৰামত বিশেষ সম্বৰ্ধনা জনোৱা হয়।
টপাটলীত নতুন ৰাসায়নিক উদ্যোগৰ ৰাজহুৱা শুনানিক লৈ বিতৰ্ক, ৮০ শতাংশ খালি চকীৰে ৰাজহুৱা শুনানি
জাগীৰোড, ৩১ অক্টোবৰঃ কৰ্তব্যৰত অৱস্থাতে এক কৰুণ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে এগৰাকী গৃহৰক্ষী জোৱানে। ৰাজ্যপালৰ কনভয়ৰ নিৰাপত্তাৰ দায়িত্বত নি…
জুবিন গাৰ্গৰ ন্যায়ৰ যুঁজত অখিল গগৈৰ পৰা সঁহাৰি নোপোৱাৰ অভিযোগ তুলি ক্ষোভ প্ৰকাশ কৰিছে অধিবক্তা ৰাতুল বৰাই। “অখিল গগৈয়ে গছত উঠাই গুৰি কাটিছে…