শিৱসাগৰ

শিৱসাগৰ জিলাৰ শেহতীয়া খবৰ

অসম

শিৱসাগৰ বন সংমণ্ডলত বদলিৰ নিৰ্দেশ অমান্যৰ অভিযোগ অসম যুৱ মঞ্চৰ

দুজন বন কৰ্মচাৰীৰ বদলি কাৰ্যকৰী নোহোৱাৰ অভিযোগ তুলি বনমন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ হস্তক্ষেপ দাবী কৰিছে অসম যুৱ মঞ্চই।

  1. অসম

    ‘শিল-কয়লা খনন কৰিবলৈ দিয়া নহ'ব’: চিতু বৰুৱা

    ১৯ জুলাইৰ প্ৰলয়ংকাৰী বানৰ অভিজ্ঞতাৰ কথা উল্লেখ কৰি বৈধ বা অবৈধ কোনো ধৰণৰ শিল-কয়লা খনন কৰিবলৈ দিয়া নহ'ব বুলি সকীয়নি দিছে চিতু বৰুৱাই।

  2. অসম

    বৈধভাৱে শিল সৰবৰাহৰ অনুমতি বিচাৰি শিৱসাগৰত শতাধিক লোকৰ প্ৰতিবাদ

    শিলৰ কোৱেৰী আৰু ক্ৰেচাৰ পুনৰ মুকলি কৰি নাগালেণ্ডৰ পৰা বৈধভাৱে শিল সৰবৰাহৰ অনুমতি দিয়াৰ দাবীত শিৱসাগৰৰ দলমুখ চাৰিআলিত শতাধিক লোকৰ প্ৰতিবাদ।

  3. অসম

    অসমীয়া মহিলাক অশ্লীল ইংগিত দিয়া বিহাৰীক ৰাজপথতে আঁঠু কঢ়ালে জাতীয় সংগ্ৰামী সেনাই

    অসমীয়া মহিলাক অশ্লীল ইংগিত দিয়াৰ অভিযোগত বিহাৰৰ কৃষ্ণ শৰ্মাক ৰাজপথত আঠু কাঢ়ি ৰাজহুৱাকৈ ক্ষমা খোজালে জাতীয় সংগ্ৰামী সেনাই

  4. অসম

    এক অভিশপ্ত পুৱা, ডিমৌ ৰজাবাৰীৰ বাছ দুৰ্ঘটনাৰ ৩২ বছৰ

    ৩২ বছৰ পূৰ্বৰ এটা অভিশপ্ত দিন। শাৰী শাৰীকৈ সজাই থোৱা হৈছিল ৬০ তাৰো অধিক মৃতদেহ। কান্দোনৰ ৰোল উঠিছিল ডিমৌ ৰজাবাৰী অঞ্চলত

  5. অসম

    ছিণ্ডিকেটৰ ধনৰ ১০০ কোটি টকাৰে বানাক্ৰান্তক সহায় কৰিব পাৰি: অখিল গগৈ

    শিৱসাগৰৰ বানাক্ৰান্তসকলৰ বাবে সাহায্যৰ ধন মুকলি নকৰাৰ অভিযোগ তুলি মুখ্যমন্ত্ৰীক সমালোচনা কৰিছে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে।

  6. অসম

    শিৱসাগৰৰ বানপীড়িতলৈ মুখ্যমন্ত্ৰী সাহায্য পুঁজিত ২,৩৪,৫৬৭ টকা

    ভাৰতীয় গোৰ্খা পৰিষংঘৰ অসম ৰাজ্যিক সমিতিয়ে মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ ২,৩৪,৫৬৭ টকা আগবঢ়ায়। গোৰ্খাসকলক অন্যান্য পৰম্পৰাগত বনবাসী হিচাপে…

  7. অসম

    বানপীড়িত ৪,৫০০ পৰিয়াললৈ ৩.৬০ কোটি টকাৰ গৃহ-সহায়তা

    উজনি অসমৰ বানপীড়িত প্ৰায় ৪,৫০০ পৰিয়ালৰ ক্ষতিগ্ৰস্ত ঘৰ পুনৰ নিৰ্মাণৰ বাবে জমিয়ত উলেমা-ই-হিন্দ আৰু আনফাৰ ফাউণ্ডেচনে ৩.৬০ কোটি টকাৰ আৰ্থিক…

  8. অসম

    যমুনা সম্পূৰ্ণ দখলমুক্ত নোহোৱালৈকে ক্ষান্ত নহয় আটাছু, স্পষ্ট ঘোষণা বসন্ত গগৈৰ

    শিৱসাগৰৰ ঐতিহাসিক যমুনাত দ্বিতীয় দিনাও উচ্ছেদ অভিযান অব্যাহত। সম্পূৰ্ণ বেদখলমুক্ত নোহোৱালৈকে আন্দোলন চলাই যোৱাৰ হুংকাৰ আটাছুৰ কেন্দ্ৰীয় সভ…

  9. অসম

    উজনিত পুনৰ আৰম্ভ কয়লা ছিণ্ডিকেট; খাৰচাঙৰ পৰা আহিছে অবৈধ কয়লা: অখিল

    মেঘালয়ৰ পৰা নাগালেণ্ডলৈ অবৈধ কয়লা সৰবৰাহ চলি থকাৰ অভিযোগ তুলি ট্ৰাক জব্দৰ দাবী জনালে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে।

  10. অসম

    শিৱসাগৰত একে পাত্ৰত ১৩ মাহৰো অধিক কাল জীয়াই আছে মাছ

    শিৱসাগৰৰ এখন গাঁৱত একেটা পাত্ৰত একেখিনি পানীত ১৩ মাহৰো অধিক কাল ধৰি এটা মাছ জীয়াই থকাক লৈ চৰ্চা চলিছে। জুবিন গাৰ্গৰ গীত বাজিলেই মাছটো স্থিৰ…

  11. অসম

    নাজিৰাত ৰহস্যজনক অৱস্থাত আৰক্ষী জোৱানৰ গুলীবিদ্ধ মৃতদেহ উদ্ধাৰ

    নাজিৰা জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত ২৫ নম্বৰ অসম আৰক্ষী অ’এনজিচি বেটেলিয়নৰ জোৱান নিপন মেধিৰ গুলীবিদ্ধ মৃতদেহ উদ্ধাৰ হৈছে।

  12. অসম

    উজনি অসমৰ লোকৰ ‘ৰ’ উচ্চাৰণক লৈ আপত্তিজনক মন্তব্য! আমগুৰি আৰক্ষীৰ জালত দুই ছ’চিয়েল মিডিয়া ইনফ্লুৱেঞ্চাৰ

    উজনি অসমৰ লোকসকলে ‘ৰ’ আখৰ সঠিকভাৱে উচ্চাৰণ কৰিব নোৱাৰে বুলি সামাজিক মাধ্যমত মন্তব্য কৰাৰ অভিযোগত ধিমান ৰায় চৌধুৰী আৰু পিংগল প্ৰত্যুষ সিঙক আ…

  13. অসম

    যমুনাত উচ্ছেদ অভিযান আৰম্ভ, সম্পূৰ্ণ বেদখলমুক্তকৰণৰ দাবী আটাছু

    শিৱসাগৰৰ ঐতিহাসিক যমুনা খাৱৈত উচ্ছেদ অভিযান আৰম্ভ হৈছে। প্ৰায় ৪০ বিঘা ভূমি বেদখলমুক্ত কৰাৰ লগতে দুয়োপাৰে গাৰ্ডৱাল নিৰ্মাণৰ দাবী জনাইছে আটা…

  14. অসম

    অৱশেষত বেদখলমুক্ত হোৱাৰ পথত ঐতিহাসিক যমুনা; উচ্ছেদ অভিযান আৰম্ভ শিৱসাগৰ প্ৰশাসনৰ

    শিৱসাগৰৰ ঐতিহাসিক যমুনা খাৱৈ বেদখলমুক্ত কৰাৰ লক্ষ্যৰে জিলা প্ৰশাসনে উচ্ছেদ অভিযান আৰম্ভ কৰিছে। মুঠ ১২০ বিঘা ১ কঠা ৯ লোচা ভূমিৰ প্ৰায় ৪০ বিঘ…

  15. অসম

    আমগুৰিত বাইকৰ খুন্দাত নিহত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ নেতা পল্লৱ শইকীয়া

    আমগুৰিত ৬১ নং ৰাষ্ট্ৰীয় ঘাইপথত বাইকৰ খুন্দাত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ নেতা পল্লৱ শইকীয়াৰ মৃত্যু।

  16. মতামত

    ‘ঘনকান্তৰ দৰে জুবিনৰ মৃত্যুৰ গোচৰৰ অভিযুক্তসকলকো এনকাউণ্টাৰ কৰক’—অসমীয়া যুৱ মঞ্চৰ আহ্বান

    ঘনকান্ত গগৈৰ আৰক্ষীৰ এনকাউণ্টাৰত মৃত্যুৰ পাছতে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ অভিযুক্তসকলকো এনকাউণ্টাৰ কৰাৰ আহ্বান জনাইছে অসমীয়া যুৱ মঞ্চই। জুব…

  17. অসম

    ৭ নৱেম্বৰৰ পৰা যমুনাৰ সম্পূৰ্ণ বেদখল উচ্ছেদৰ সিদ্ধান্ত, পট্টা থকা সকলক ক্ষতিপূৰণ দি বেদখল মুক্ত কৰা হ'ব - অখিল গগৈ

    শিৱসাগৰৰ ঐতিহাসিক যমুনাৰ বেদখল উচ্ছেদৰ বাবে ৭ নৱেম্বৰৰ পৰা অভিযান চলোৱাৰ সিদ্ধান্ত লৈছে জিলা প্ৰশাসনে। চৰকাৰীভাৱে আবণ্টিত ভূমিত নিৰ্মাণ থকা…

  18. অসম

    ৰজাদিনীয়া যমুনাৰ ভূমিত PWDৰ বেদখলৰ অভিযোগ, ৬ নৱেম্বৰত শিৱসাগৰ বন্ধৰ আহ্বান আটাছুৰ

    শিৱসাগৰৰ ৰজাদিনীয়া যমুনাৰ সংৰক্ষিত ভূমি লোক নিৰ্মাণ বিভাগে বেদখল কৰাৰ অভিযোগ উত্থাপন কৰিছে আটাছুৱে। সম্পূৰ্ণ বেদখলমুক্ত কৰি যমুনাৰ সৌন্দৰ্য…