নাজিৰা, শিৱসাগৰ

নাজিৰা (শিৱসাগৰ) অঞ্চলৰ শেহতীয়া খবৰ — NewzNow

অসম

বান সাহায্যৰ তালিকাক লৈ নামতিৰ পুৰণি লোণপুৰীয়াত তীব্ৰ অসন্তুষ্টি।

পুৰণি লোণপুৰীয়াত বহু প্ৰকৃত বানাক্ৰান্ত পৰিয়াল সাহায্যৰ তালিকাৰ পৰা বাদ পৰাৰ অভিযোগ উঠিছে। পুনৰ জৰীপ আৰু তদন্তৰ দাবী জনাইছে ৰাইজে।