অসম
ভূমি পট্টা, জনজাতিকৰণ আৰু মজুৰি বৃদ্ধিৰ দাবীত বিহালীত চাহ জনগোষ্ঠীৰ তিনি ঘণ্টীয়া ধৰ্ণা
ভূমিৰ পট্টা, জনজাতিকৰণ আৰু দৈনিক মজুৰি বৃদ্ধিৰ দাবীত বিহালীত অসম চাহ জনজাতি ছাত্ৰ সন্থা আৰু মহিলা সমিতিয়ে তিনি ঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে। শতাধিক প্ৰতিবাদকাৰীয়ে অংশগ্ৰহণ কৰি চৰকাৰৰ বিৰুদ্ধে শ্লোগান দিয়ে আৰু…