দুলীয়াজান, ডিব্ৰুগড়

দুলীয়াজান (ডিব্ৰুগড়) অঞ্চলৰ শেহতীয়া খবৰ — NewzNow

অসম

দুলীয়াজানৰ ট্রিপল মাৰ্ডাৰ ঘটনাৰ নতুন মোৰ; মূল সন্দেহযুক্ত ৰাজু দাস!

দুলীয়াজানৰ কমলাবাৰীত একেটা পৰিয়ালৰ তিনিগৰাকী সদস্য নিহত হোৱাৰ ঘটনাত আৰক্ষীয়ে ৰাজু দাসক মূল সন্দেহযুক্ত অভিযুক্ত হিচাপে চিনাক্ত কৰিছে।