অসম
ৰূপহীহাটত ভূমি-বিবাদক লৈ গুলীচালনাৰ অভিযোগ
ৰূপহীহাটৰ ১নং বৰঘুলীত ভূমি-বিবাদক কেন্দ্ৰ কৰি একে পৰিয়ালৰ দুটা ফৈদৰ মাজত গুলীচালনাৰ অভিযোগ উত্থাপিত হৈছে। এজন গুলীবিদ্ধ হোৱাৰ লগতে কেইবাজনো লোক আহত হৈছে।
গুৰুত্বপূৰ্ণ খবৰ ফোন বা কম্পিউটাৰত পোনপটীয়াকৈ পাওক।
ৰূপহীহাট (নগাঁও) অঞ্চলৰ শেহতীয়া খবৰ — NewzNow