ডিগবৈ, তিনিচুকীয়া

ডিগবৈ (তিনিচুকীয়া) অঞ্চলৰ শেহতীয়া খবৰ — NewzNow

অসম

ডিগবৈৰ মুলিয়াবাৰী বজাৰ কালী পূজা মণ্ডপত অগ্নিকাণ্ড

কালী পূজা উপলক্ষে খিচিৰি ৰান্ধি থকাৰ সময়তে ৰন্ধন গেছৰ পৰা জুই লাগে। পূজা সমিতিৰ সদস্য আৰু অগ্নিনিৰ্বাপক বাহিনীয়ে জুই নিয়ন্ত্ৰণলৈ আনে।