অসম

  1. তামুলপুৰত খেল মহাৰণ ৩.০ৰ ভিচিডিচি পৰ্যায়ৰ প্ৰতিযোগিতা উদ্বোধন

    তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত খেল মহাৰণ ৩.০ৰ ভিচিডিচি পৰ্যায়ৰ প্ৰতিযোগিতা উদ্বোধন কৰে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই।

  2. তিনিচুকীয়াৰ ঢলা নদীৰ পৰা নিখোজ ব্যক্তিৰ মৃতদেহ উদ্ধাৰ

    ঢলা নদীৰ পৰা ৪ নৱেম্বৰৰ পৰা নিখোজ হৈ থকা ন'-বৰমূৰা গাঁৱৰ ৫৫ বছৰীয়া টুনা মুৰাৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। ঘটনাটোৰ তদন্ত চলাইছে আৰক্ষীয়ে।

  3. উত্তৰ ডবকা পথাৰ প্ৰাথমিক বিদ্যালয়ত মধ্যাহ্ন ভোজনত অনিয়মৰ অভিযোগ

    হোজাইৰ উত্তৰ ডবকা পথাৰ প্ৰাথমিক বিদ্যালয়ত ২০৬ গৰাকী শিক্ষাৰ্থীৰ নামত আবণ্টিত মধ্যাহ্ন ভোজনৰ খাদ্য সামগ্ৰী যোগান আৰু বিতৰণত অনিয়মৰ অভিযোগ উ…

  4. আইবিবিআইৰ পৰীক্ষাত ৯১ শতাংশ নম্বৰ লাভ কুৰাণীবড়ীৰ ৱাছিম আক্ৰামৰ

    আইবিবিআইৰ পঞ্জীয়নভুক্ত মূল্য নিৰ্ধাৰক পৰীক্ষাত ৯১ শতাংশ নম্বৰ লাভ কৰা ৱাছিম আক্ৰামক গুৰুগ্ৰামত বিশেষ সম্বৰ্ধনা জনোৱা হয়।

  5. শ্যামা কালী পূজাৰ লগে লগে দুদিনীয়াকৈ আৰম্ভ দীপাৱলী

    শ্যামা কালী পূজাৰ লগে লগে ৰাজ্যজুৰি দুদিনীয়াকৈ দীপাৱলী উদযাপনৰ উছাহ দেখা গৈছে। বজাৰত মাটিৰ চাকি, বৈদ্যুতিক আলোকসজ্জা আৰু আতচবাজীৰ চাহিদা বৃ…

  6. বজালিত উৎসৱকালীন জুৱা ৰোধৰ দাবী হিন্দু পৰিষদৰ

    দীপাৱলী আৰু ৰাস মহোৎসৱৰ সময়ত বজালি জিলাত জুৱা ৰোধ কৰিবলৈ জিলা প্ৰশাসন আৰু আৰক্ষীক কঠোৰ পদক্ষেপ লোৱাৰ আহ্বান জনাইছে হিন্দু পৰিষদে।

  7. উজনি অসমৰ লোকৰ ‘ৰ’ উচ্চাৰণক লৈ আপত্তিজনক মন্তব্য! আমগুৰি আৰক্ষীৰ জালত দুই ছ’চিয়েল মিডিয়া ইনফ্লুৱেঞ্চাৰ

    উজনি অসমৰ লোকসকলে ‘ৰ’ আখৰ সঠিকভাৱে উচ্চাৰণ কৰিব নোৱাৰে বুলি সামাজিক মাধ্যমত মন্তব্য কৰাৰ অভিযোগত ধিমান ৰায় চৌধুৰী আৰু পিংগল প্ৰত্যুষ সিঙক আ…

  8. বৰক’লাত ৩৭ লাখ ৫৬ হাজাৰ টকীয়া মহিলা বজাৰৰ আধাৰশিলা স্থাপন

    বৰক’লাৰ পালেংতলীত ৩৭ লাখ ৫৬ হাজাৰ টকা ব্যয়ৰে মহিলা বজাৰ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে ৰহা সমষ্টিৰ বিধায়ক শশীকান্ত দাসে।

  9. গোৱালপাৰাত কৃষি-জলসিঞ্চন আঁচনি পৰিদৰ্শন পীযূষ হাজৰিকাৰ

    গোৱালপাৰাত কৃষি আৰু জলসিঞ্চন আঁচনিৰ অগ্ৰগতি পৰ্যালোচনা কৰি পীযূষ হাজৰিকাই দাৰাংগিৰি বজাৰ ভৱন ২০২৭ চনৰ জানুৱাৰীৰ ভিতৰত সম্পূৰ্ণ কৰাৰ নিৰ্দেশ…

  10. চিৰাঙত সামাজিক অধিকাৰিতা শিৱিৰ, ১৫০ হিতাধিকাৰীক সহায়ক সঁজুলি বিতৰণ

    চিৰাঙৰ কাজলগাঁৱত আয়োজিত সামাজিক অধিকাৰিতা শিৱিৰত সিদলী সমষ্টিৰ ১৫০গৰাকী হিতাধিকাৰীক বিনামূলীয়াকৈ সহায়ক সঁজুলি বিতৰণ কৰা হয়।

  11. ভূমিহীনক ১০১ টকাৰ মাচুলত মাটিৰ পট্টা দিব বিটিচিয়ে

    বিটিচিয়ে ভূমিহীন পৰিয়াললৈ পট্টা বিতৰণৰ কাম ত্বৰান্বিত কৰাৰ সিদ্ধান্ত লৈছে। ইতিমধ্যে প্ৰায় ৮,০০০খন পট্টা বিতৰণ কৰা হৈছে বুলি হাগ্ৰামা মহিল…

  12. ভঙাগড় উৰণসেঁতুৰ তলত অগ্নিকাণ্ড, ক্ষতিগ্ৰস্ত ৭খন দোকান

    গুৱাহাটীৰ ভঙাগড় উৰণসেঁতুৰ তলত শনিবাৰে পুৱাই সংঘটিত অগ্নিকাণ্ডত প্ৰায় ৭খন দোকান ক্ষতিগ্ৰস্ত হয়। এলপিজি চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত জুইৰ সূত্ৰপ…

  13. ধেমাজিত মিচিং আৰু সোনোৱাল কছাৰী পৰিষদ নিৰ্বাচনৰ মনোনয়ন-পত্ৰ দাখিল

    মিচিং আৰু সোনোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ মনোনয়ন-পত্ৰ দাখিলৰ অন্তিম দিনলৈ তিনিদিন বাকী থাকোঁতেই ধেমাজিত প্ৰাৰ্থিত্বপ্ৰত্যাশীস…

  14. চৰাইদেউ মৈদামত বাঘিনীৰ তিনিটাকৈ পোৱালি জন্ম

    বিশ্ব ঐতিহ্য ক্ষেত্ৰ চৰাইদেউ মৈদামৰ অন্তৰ্গত এক স্থানত বাঘিনীয়ে তিনিটাকৈ পোৱালি জন্ম দিয়াৰ ঘটনাই স্থানীয় ৰাইজৰ মাজত তীব্ৰ কৌতূহলৰ সৃষ্টি…