অসম

  1. মাজুলীত নাবালিকা ছাত্ৰীক ধৰ্ষণ: বিদ্যালয়ৰ চকীদাৰক ২০ বছৰৰ সশ্ৰম কাৰাদণ্ড

    মাজুলীৰ বিশেষ পকছ' আদালতে অষ্টম শ্ৰেণীৰ এগৰাকী ছাত্ৰীক ধৰ্ষণৰ অপৰাধত বিদ্যালয়ৰ চকীদাৰ মাধৱ মিলিক ২০ বছৰৰ সশ্ৰম কাৰাদণ্ড বিহিছে।

  2. কিশোৰতে অনাথ, ঋণৰ বোজা নেওচি ১,৫০০ সদস্যৰ কৃষক উৎপাদক কোম্পানী গঢ়িলে অঞ্জল লিম্বুৱে

    কিশোৰ অৱস্থাতে অনাথ হোৱা অঞ্জল লিম্বুৱে ঋণৰ বোজা নেওচি জৈৱিক আৰু প্ৰাকৃতিক কৃষিৰ জৰিয়তে ১,৫০০ সদস্যৰ কৃষক উৎপাদক কোম্পানী গঢ়ি তুলিছে।

  3. যুৱ অলিম্পিকত পদক জয় কৰা প্ৰথম ভাৰতীয় পুৰুষ সাঁতোৰবিদ তীৰ্থংক পেগু

    ডাকাৰ যুৱ অলিম্পিকত ২০০ মিটাৰ বাটাৰফ্লাইত ব্ৰঞ্জৰ পদক জয় কৰি ইতিহাস গঢ়িলে অসমৰ ১৭ বছৰীয়া তীৰ্থংক পেগুৱে।

  4. গুৱাহাটী প্ৰেছ ক্লাবত আন্তঃসংবাদ মাধ্যম কবিতা আবৃত্তি প্ৰতিযোগিতা সম্পন্ন

    গুৱাহাটী প্ৰেছ ক্লাব আৰু ইনলি ফাউণ্ডেচনৰ উদ্যোগত প্ৰয়াত লীলাৱতী দাস সোঁৱৰণী আন্তঃসংবাদ মাধ্যম কবিতা আবৃত্তি প্ৰতিযোগিতা অনুষ্ঠিত হয়। দুই ক…

  5. যমুনাত উচ্ছেদ অভিযান আৰম্ভ, সম্পূৰ্ণ বেদখলমুক্তকৰণৰ দাবী আটাছু

    শিৱসাগৰৰ ঐতিহাসিক যমুনা খাৱৈত উচ্ছেদ অভিযান আৰম্ভ হৈছে। প্ৰায় ৪০ বিঘা ভূমি বেদখলমুক্ত কৰাৰ লগতে দুয়োপাৰে গাৰ্ডৱাল নিৰ্মাণৰ দাবী জনাইছে আটা…

  6. উচ্ছেদিত পৰিয়ালৰ পুনৰ সংস্থাপনৰ দাবীত ধুবুৰীত কংগ্ৰেছৰ জিলা আয়ুক্তক স্মাৰক-পত্ৰ প্ৰদান

    ধুবুৰীৰ আলমগঞ্জ নৱম খণ্ডত উচ্ছেদ অভিযানৰ পাছত কংগ্ৰেছৰ চাৰিজন বিধায়কে জিলা আয়ুক্তক স্মাৰক-পত্ৰ দিছে।

  7. ভেৰগাঁৱত চোৰৰ উপদ্ৰৱ! বিদ্যালয়ৰ গেট আৰু কোঠাৰ তলা ভাঙি লক্ষাধিক টকাৰ সামগ্ৰী লুট

    ডিমাকুছিৰ শেখৰ শংকৰদেৱ মিছন উচ্চতৰ মাধ্যমিক বিদ্যালয়ত চোৰে গেট আৰু কোঠাৰ তলা ভাঙি দুটা ইনভাৰ্টাৰৰ বেটাৰী, চিচিটিভিৰ মনিটৰসহ লক্ষাধিক টকাৰ স…

  8. জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত ২২ নৱেম্বৰত খানাপাৰাত সমাৱেশৰ আহ্বান মানস ৰবিনৰ

    জুবিন গাৰ্গৰ মৃত্যুৰ এবছৰ পাছতো ন্যায়ৰ দিশত অগ্ৰগতি নোহোৱাৰ অভিযোগ তুলি খানাপাৰাত ৰাজহুৱা সমাৱেশৰ আহ্বান জনাইছে মানস ৰবিনে।

  9. ‘জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত মই দুমুখীয়া শিল্পী নহয়’, সংবাদমেলত স্পষ্টীকৰণ মানস ৰবিনৰ

    জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰা ‘দুমুখীয়া শিল্পী’জন তেওঁ নহয় বুলি স্পষ্ট কৰিলে মানস ৰবিনে। তেওঁ জনায় যে এছআইটিৰ ওচৰ…

  10. টকাৰ বিনিময়ত এনআইঅ’এছৰ পৰীক্ষাত নকলৰ সুবিধা! তিনিচুকীয়াত বিদ্যালয়ৰ অধ্যক্ষসহ ৭জনক গ্ৰেপ্তাৰ

    তিনিচুকীয়াত এনআইঅ’এছৰ পৰীক্ষাত ধনৰ বিনিময়ত নকলৰ সুবিধা প্ৰদান কৰাৰ অভিযোগত বিদ্যালয়ৰ অধ্যক্ষসহ ৭জনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

  11. চাহ শ্ৰমিকৰ প্ৰতিশ্ৰুতি পূৰণ নকৰাৰ অভিযোগত কলিয়াবৰত আটছাৰ প্ৰতিবাদ

    চাহ শ্ৰমিকৰ ভূমিৰ অধিকাৰ, মজুৰি বৃদ্ধি আৰু জনজাতিকৰণৰ দাবীত কলিয়াবৰৰ দুখন চাহ বাগিচাত আটছাই প্ৰতিবাদ সাব্যস্ত কৰে।

  12. অৱশেষত বেদখলমুক্ত হোৱাৰ পথত ঐতিহাসিক যমুনা; উচ্ছেদ অভিযান আৰম্ভ শিৱসাগৰ প্ৰশাসনৰ

    শিৱসাগৰৰ ঐতিহাসিক যমুনা খাৱৈ বেদখলমুক্ত কৰাৰ লক্ষ্যৰে জিলা প্ৰশাসনে উচ্ছেদ অভিযান আৰম্ভ কৰিছে। মুঠ ১২০ বিঘা ১ কঠা ৯ লোচা ভূমিৰ প্ৰায় ৪০ বিঘ…

  13. মহানগৰীৰ চিটি ধাবাত ভয়ংকৰ অগ্নিকাণ্ড, জুইত জাহ গ’ল কাষৰীয়া পাঁচখন দোকান

    গুৱাহাটীৰ ভঙাগড়ত চিটি ধাবাৰ এটা বিপণীত শনিবাৰে পুৱতি নিশা ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়। গেছ চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত জুইৰ সূত্ৰপাত হোৱা বুলি…

  14. বৰাক উপত্যকাত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ খণ্ড বিচাৰপীঠ স্থাপনৰ দাবী, ৰাজ্যপাললৈ স্মাৰক-পত্ৰ প্ৰেৰণ

    বৰাক উপত্যকাত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ খণ্ড বিচাৰপীঠ স্থাপনৰ ৫৪ বছৰীয়া দাবীক লৈ শিলচৰত পুনৰ প্ৰতিবাদ সাব্যস্ত হৈছে।

  15. টেঙাখাটত অইলৰ প্ৰতিষ্ঠানত বিস্ফোৰণৰ ঘটনাত তৃতীয়জনৰ মৃত্যু

    ডিব্ৰুগড়ৰ টেঙাখাটত অইল ইণ্ডিয়াৰ প্ৰতিষ্ঠানত বিস্ফোৰণৰ পিছত হোৱা অগ্নিকাণ্ডত মৃত্যুৰ সংখ্যা তিনিজনলৈ বৃদ্ধি পাইছে।

  16. জুবিনৰ ন্যায়ক লৈ হিমন্ত-অখিলৰ বাকযুদ্ধ, হিমন্তক অখিলৰ প্ৰত্যাহ্বান, জামিন পালে ঘেৰাওৰ হুংকাৰ

    জুবিন গাৰ্গৰ গোচৰ: ‘মোক নহয়, সাক্ষীক প্ৰশ্ন কৰক’ হিমন্তৰ মন্তব্য; অভিযুক্তই জামিন পালে মুখ্যমন্ত্ৰীৰ বাসগৃহ ঘেৰাও কৰিব অখিল গগৈয়ে