আমেৰিকাৰ নিৰ্বাচনত ভাৰতীয় মূলৰ ৰাজনীতিকৰ সাফল্য; পিয়া দাণ্ডিয়া, সুহাস সুব্ৰমনিয়ম আৰু অৰুণা মিলাৰৰ জয়
ওহাইঅ’ৰ গৱৰ্ণৰ নিৰ্বাচনত ১০ কোটি ডলাৰৰো অধিক খৰচৰ পাছতো হাৰিলে ভাৰতীয় মূলৰ ৰিপাব্লিকান প্ৰাৰ্থী বিবেক ৰামস্বামী।
গুৰুত্বপূৰ্ণ খবৰ ফোন বা কম্পিউটাৰত পোনপটীয়াকৈ পাওক।
ওহাইঅ’ৰ গৱৰ্ণৰ নিৰ্বাচনত ১০ কোটি ডলাৰৰো অধিক খৰচৰ পাছতো হাৰিলে ভাৰতীয় মূলৰ ৰিপাব্লিকান প্ৰাৰ্থী বিবেক ৰামস্বামী।
ইৰাণৰ সংসদৰ অধ্যক্ষ মহম্মদ বাকেৰ গালিবাফে মাৰ্কিন মধ্যৱৰ্তী নিৰ্বাচনত ৰিপাব্লিকানৰ পিছ পৰাৰ খবৰক যুদ্ধবিৰোধী জনমত বুলি ক'লে।
আমেৰিকাৰ ২০২৬ৰ Midterm Electionত ডেম’ক্ৰেটিক পাৰ্টিয়ে Congressৰ দুয়োখন সদনৰ নিয়ন্ত্ৰণ লাভ কৰিছে।
আমেৰিকাৰ ২০২৬ চনৰ মধ্যকালীন নিৰ্বাচনত ড’নাল্ড ট্ৰাম্পৰ Republican Party-য়ে ছিনেটৰ নিয়ন্ত্ৰণ হেৰুৱাইছে।
বাংলাদেশৰ গাৰ্মেণ্ট শ্ৰমিকৰ দৰমহা বৃদ্ধিৰ আন্দোলনক কেন্দ্ৰ কৰি ঢাকাসহ কেইবাটাও এলেকাত সংঘৰ্ষ হৈছে।
১৮ বছৰৰ তলৰ এগৰাকী শিশুক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত মালদ্বীপৰ প্ৰাক্তন বৈদেশিক মন্ত্ৰী আব্দুল্লা শ্বাহিদক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।
নেপালত দুখন হেলিকপ্টাৰৰ সংঘৰ্ষত এজন ভাৰতীয়ৰ মৃত্যু, আহত ভাৰতীয় মূলৰ নিউজিলেণ্ডৰ নাগৰিক।
১ নৱেম্বৰৰ পুৱতি নিশা জাপানৰ মিয়ে প্ৰিফেকচাৰৰ উপকূলত ৬ প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি যায়। ভূমিকম্পটোৰ অভিকেন্দ্ৰ চু চহৰৰ পৰা প্ৰায় ১১০ কিলোম…
মূল্যবৃদ্ধি, বিদ্যুৎ সংকট আৰু ইন্ধনৰ নাটনিৰ প্ৰতিবাদত ঢাকাত NCPৰ সমাৱেশ। NCPৰ আহ্বায়ক নাহিদ ইছলামে গৃহমন্ত্ৰী আৰু শক্তিমন্ত্ৰীৰ পদত্যাগ দাবী…
পোলেণ্ডৰ সাংবিধানিক ন্যায়াধিকৰণৰ সভাপতি বগদান শ্বিয়েনচকভস্কিক নিলম্বন কৰাৰ পিছতে ৱাৰ্ছত প্ৰতিবাদৰ সৃষ্টি হৈছে। প্ৰতিবাদকাৰীৰ একাংশই ন্যায়…
ৰাছিয়াৰ ছামাৰা অঞ্চলৰ Rosneftৰ নোভ’কুইবিছেভস্ক তেল শোধনাগাৰত ইউক্ৰেইনৰ ড্ৰ’ন আক্ৰমণ। আক্ৰমণৰ পাছতে শোধনাগাৰটোত জুইৰ সূত্ৰপাত হোৱা বুলি প্ৰত…
ইজৰাইলৰ সাধাৰণ নিৰ্বাচনত বেঞ্জামিন নেতানিয়াহুৰ মিত্ৰজোঁটে ৫৩খন আসন লাভ কৰি সংসদত সংখ্যাগৰিষ্ঠতা হেৰুৱাইছে। বিৰোধী শিবিৰে লাভ কৰিছে ৪৮খন আৰু…
বেঞ্জামিন নেতানিয়াহুৰ শিবিৰে ইজৰাইলৰ নিৰ্বাচনত অনিয়মৰ অভিযোগ উত্থাপন কৰাৰ লগতে আৰব দলসমূহৰ ৰাজনৈতিক প্ৰভাৱ বৃদ্ধিক লৈ উদ্বেগ প্ৰকাশ কৰিছে।…
ইজৰাইলৰ সাধাৰণ নিৰ্বাচনৰ ভোটগণনাত বেঞ্জামিন নেতানিয়াহুৰ নেতৃত্বাধীন শিবিৰে সামান্য অগ্ৰগতি লাভ কৰিছে। গাডি আইজেনকটৰ নেতৃত্বাধীন বিৰোধী শিবি…
স্পেইনৰ ট’লেডো প্ৰদেশত দুখন দ্ৰুতবেগী ৰে’লৰ সংঘৰ্ষত নিহতৰ সংখ্যা ৪৬জনলৈ বৃদ্ধি পোৱা বুলি এক প্ৰতিবেদনত প্ৰকাশ পাইছে। দুৰ্ঘটনাটোত কেইবাটাও দব…
ইছলামাবাদৰ বুজাবুজিৰ চুক্তি সন্দৰ্ভত ট্ৰাম্পৰ মন্তব্যক লৈ ইৰানে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। - ইৰানৰ মুখপাত্ৰ ইছমাইল বাঘাইয়ে আমেৰিকাৰ ব…
২০২৫ৰ পহেলগাম সন্ত্রাসী আক্ৰমণত ২৬ জন নিহত হোৱাৰ উল্লেখেৰে ব্ৰিকছ সংসদীয় মঞ্চই আক্ৰমণটোৰ তীব্ৰ নিন্দা কৰিছে। যৌথ ঘোষণাই সন্ত্রাসৰ বিৰুদ্ধে…
২৭ অক্টোবৰৰ ইজৰাইলৰ নিৰ্বাচনত নেতানিয়াহুৰ ৰাজনৈতিক ভৱিষ্যত, ৭ অক্টোবৰৰ নিৰাপত্তা বিফলতাৰ তদন্ত, ন্যায়ব্যৱস্থাৰ সংস্কাৰ আৰু সামৰিক সেৱাৰ প্…
IMFৰ পূৰ্বাভাস অনুসৰি ২০২৬ত বাংলাদেশৰ জনমুৰি GDP ২,৮৮৬ ডলাৰ, ভাৰতৰ ২,৭৪৯ ডলাৰ হ’ব পাৰে। কিন্তু মূল্যস্তৰ ধৰি কৰা PPP হিচাপত ভাৰত আগত; বাংলাদ…
আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ২৫০% টেৰিফ আৰোপৰ ভাবুকি দি ভাৰত-পাকিস্তানৰ যুদ্ধ বন্ধ কৰাইছিল বুলি দাবী কৰিছে। এই সংঘাতত ১১খন বিমান ধ্ব…