‘ইছলামৰ পৰা শিক্ষা লোৱা উচিত হিন্দুসকলে’—ইছলামৰ পৰা কি শিক্ষা ল'বলৈ হিন্দুসকলক ক'লে বিধায়ক ৰাজা ভাইয়াই ?
হিন্দুসকলৰ মাজত ঐক্য গঢ়ি তোলাৰ ক্ষেত্ৰত ইছলাম ধৰ্মৰ পৰা শিক্ষা লোৱা উচিত বুলি মন্তব্য কৰিছে উত্তৰ প্ৰদেশৰ বিধায়ক ৰাজা ভাইয়াই।
গুৰুত্বপূৰ্ণ খবৰ ফোন বা কম্পিউটাৰত পোনপটীয়াকৈ পাওক।
হিন্দুসকলৰ মাজত ঐক্য গঢ়ি তোলাৰ ক্ষেত্ৰত ইছলাম ধৰ্মৰ পৰা শিক্ষা লোৱা উচিত বুলি মন্তব্য কৰিছে উত্তৰ প্ৰদেশৰ বিধায়ক ৰাজা ভাইয়াই।
অমিতাভ বচ্চনৰ বাসগৃহৰ সন্মুখত গুলীচালনাৰ পৰিকল্পনাৰ অভিযোগত দিল্লী আৰক্ষীৰ বিশেষ কোষে দুজন লোকক গ্ৰেপ্তাৰ কৰিছে।
অমৃতপাল সিঙৰ আইতাকৰ শেষকৃত্য ২০ নৱেম্বৰলৈ পিছুৱাই দিয়াৰ পাছতো পেৰ’লৰ দিন সলনিৰ আবেদন গ্ৰহণ কৰা নহ’ল বুলি অধিবক্তাৰ অভিযোগ।
হায়দৰাবাদত অনুষ্ঠিত ভাৰত ছামিটক কেন্দ্ৰ কৰি বিজেপিয়ে কংগ্ৰেছ আৰু ৰাহুল গান্ধীৰ বিৰুদ্ধে বিদেশী সংগঠন তথা জৰ্জ ছৰছ-সমৰ্থিত নেটৱৰ্কক মঞ্চ দি…
চিকিৎসাৰ পৰামৰ্শ ল'বলৈ যোৱা এগৰাকী হাউছ ছাৰ্জনক যৌন নিৰ্যাতনৰ অভিযোগত নেডুমাংগাডত ডাঃ ভি কে বিনুক আটক কৰিছে আৰক্ষীয়ে।
গান্ধী পৰিয়ালক লৈ সামাজিক মাধ্যমত কৰা প’ষ্টক কেন্দ্ৰ কৰি চিমলাত বিজেপি সাংসদ কংগনা ৰানাৱতৰ বিৰুদ্ধে এফআইআৰ ৰুজু হৈছে।
মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰক লৈ সামাজিক মাধ্যমত কৰা প’ষ্ট-সংক্ৰান্ত গোচৰত প্ৰায় চাৰি ঘণ্টা আৰক্ষীৰ জেৰাৰ পাছত নাৰদা ষ্টিং গোচৰত শু…
দেশৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ ১৩৭সংখ্যক জন্মবাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।
কোম্পানী কমাণ্ডাৰক হত্যা কৰি নিজে আত্মহত্যা কৰাৰ ভাবুকি দিয়াৰ অভিযোগত পিনাক নাথ নামৰ চি আৰ পি এফ জোৱানজনক বৰ্খাস্ত কৰা হৈছে।
তেলেংগানাত গিগ কৰ্মীসকলৰ বাবে ১০ লাখ টকালৈ স্বাস্থ্য বীমা আৰু ৫ লাখ টকালৈ দুৰ্ঘটনা বীমাসহ নতুন সামাজিক সুৰক্ষা আঁচনিৰ শুভাৰম্ভ।
গান্ধী পৰিয়ালক লৈ সামাজিক মাধ্যমত আপত্তিজনক মন্তব্য কৰাৰ অভিযোগত ছিমলাত বিজেপি সাংসদ কংগনা ৰাণাৱতৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছে।
ডিগাৰুত কলকাতা–ছাইৰাং এক্সপ্ৰেছ লাইনচ্যুত হোৱাৰ ঘটনাৰ পিছতে ৰে’লৰ সুৰক্ষা ব্যৱস্থা অধিক কঠোৰ কৰাৰ নিৰ্দেশ দিছে ৰে’লৱে ব’ৰ্ডে। এতিয়াৰে পৰা ৰ…
সন্দেহজনক পাকিস্তানী চোৰাংচোৱা অপাৰেটিভক গোপন সামৰিক তথ্য দিয়াৰ অভিযোগত ভাৰতীয় বায়ুসেনাৰ এগৰাকী উইং কমাণ্ডাৰৰ বিৰুদ্ধে দিল্লীৰ আদালতত অভি…
অংকিতা ভাণ্ডাৰী হত্যাকাণ্ডৰ কথিত ‘ভিআইপি’ সংযোগসম্পৰ্কীয় অডিঅ’ ৰেকৰ্ডৰ তদন্তত উৰ্মিলা ছানাৱাৰৰ নাৰ্কো-এনালাইছিছ আৰু পলিগ্ৰাফ পৰীক্ষাৰ অনুমত…
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ হেলিকপ্টাৰ অৱতৰণৰ বাবে মাংসৰ দোকানত তলা! জিগানীৰ কাষৰীয়া গাঁৱত প্ৰশাসনৰ নিৰ্দেশক লৈ তীব্ৰ বিতৰ্ক।
হায়দৰাবাদৰ ভাৰত সন্মিলনলৈ আমন্ত্ৰিত ৩১৫ জন বক্তাৰ ভিতৰত ১১৫ জন ভাৰতলৈ আহিব নোৱাৰিলে বুলি কংগ্ৰেছে অভিযোগ কৰিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়…
কল্লাকুৰিচিৰ টিভিকে বিধায়ক চি অৰুল বিগ্নেশৰ বিৰুদ্ধে এগৰাকী মহিলা জিলাধিপতিলৈ আপত্তিজনক বাৰ্তা প্ৰেৰণৰ অভিযোগ উঠিছে। অভিযোগৰ নিৰপেক্ষ তদন্ত…
ওড়িশাৰ জাজপুৰত ৰখাই থোৱা ট্ৰাকত পিছফালৰ পৰা যাত্ৰীবাহী বাছে খুন্দা মৰাত ১৬জন যাত্ৰী আহত হৈছে। তেওঁলোকৰ ভিতৰত ৯জনৰ অৱস্থা আশংকাজনক বুলি জানি…
মধ্যপ্ৰদেশৰ ডিণ্ডোৰীত বোমা লুকুৱাই থোৱা ৰসগোল্লাত কামোৰ দিয়াত ৩৫ বছৰীয়া ৰাজেন্দ্ৰ বৰৌতীয়াৰ মৃত্যু হয়। ঘটনাত তেওঁৰ প্ৰতিবেশীক আৰক্ষীয়ে গ্ৰেপ্…
মাইক্ৰ’ছফটৰ কাৰিকৰী বিভ্ৰাটৰ প্ৰভাৱত দিল্লীৰ পৰা স্পাইচজেটৰ ৩খন বিমান বাতিল কৰা হৈছে। আন দুখন বিমানৰ যাত্ৰাতো পলম হৈছে।